• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ হৃদয় ভাঙি গৈছে…! মহাকুম্ভত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ যোগীৰ ২৫লাখকৈ আৰ্থিক সাহাৰ্য্য

মোৰ হৃদয় ভাঙি গৈছে…! মহাকুম্ভত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ যোগীৰ ২৫লাখকৈ আৰ্থিক সাহাৰ্য্য

1 year ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

8 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

10 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

11 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

11 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

12 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

12 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

13 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

13 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

14 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোৰ হৃদয় ভাঙি গৈছে…! মহাকুম্ভত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ যোগীৰ ২৫লাখকৈ আৰ্থিক সাহাৰ্য্য

মোৰ হৃদয় ভাঙি গৈছে...! মহাকুম্ভত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ যোগীৰ ২৫লাখকৈ আৰ্থিক সাহাৰ্য্য

editor by editor
January 30, 2025
in জীৱনশৈলী
0
মোৰ হৃদয় ভাঙি গৈছে…! মহাকুম্ভত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ যোগীৰ ২৫লাখকৈ আৰ্থিক সাহাৰ্য্য
0
SHARES
505
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকুম্ভ ২০২৫ত ৩০ গৰাকী লোকৰ মৃত্যুত শোকাহত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। মৰ্মান্তিক ঘটনাত শোকপ্ৰকাশ কৰি আৰ্থিক সাহায্য ঘোষণা কৰিছে তেওঁ। বুধবাৰে নিশা তেওঁ কয়, ‘মৃতকৰ পৰিয়ালক ২৫ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া হব।’

যোগীয়ে লগতে কয়, ‘দুৰ্ঘটনা আকৌ যাতে নহয় তাৰবাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। মৰ্মান্তিক ঘটনাৰ বিভাগীয় তদন্তও আৰম্ভ হৈছে। তিনিজনীয়া সদস্যৰ এটা টিম গঠন কৰা হৈছে।’ মঙলবাৰে মাজনিশা মহাকুম্ভত পদপিষ্টৰ ঘটনাত বহু মানুহৰ মৃত্যুৰ আশংকা কৰা হৈছিল। কিন্তু বুধবাৰে উত্তৰপ্ৰদেশৰ চৰকাৰৰ পৰা হতাহতৰ সংখ্যা জনোৱা হোৱা নাই। শেষলৈ বিতৰ্কৰ পৰিমান বাঢ়ি যোৱাত বুধবাৰে নিশা যোগীয়ে এক সংবাদমেল সম্বোধন কৰি জনাই যে পদপিষ্টৰ ঘটনাত মৃত্যু হৈছে মুঠ ৩০ জনৰ। আহত হৈছে ৬০জন। একাধিক হাস্পতালত তেওঁলোকৰ চিকিৎসা চলিছে।

আৰক্ষী বিষয়া বৈভৱ কৃষ্ণই জনাইছে যে মৃতকৰ সংখ্যাৰ ৩০ জনৰ ভিতৰত ২৫ জনক চিহ্নিত কৰা হৈছে। তাৰপিছতেই যোগীয়ে সংবাদমেলত কয়, ‘এয়া অত্যন্ত হৃদয়বিদাৰক ঘটনা। যিসমূহ পৰিয়ালে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি গভীৰ সমবেদনা জনাইছো। বিগত নিশাৰে পৰাই আমি আৰক্ষী প্ৰশাসনৰ সৈতে যোগাযোগ ৰাখিছো। জাতীয় আৰু ৰাজ্যিক বিপৰ্যয় মোকাবিলা বাহিনীৰ ওপৰিও আৰক্ষী আৰু অন্যান্য বাহিনী মোতায়েন কৰা হৈছে।’ ইয়াৰ সৈতে উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা মৃতসকলৰ পৰিয়াললৈ ২৫লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে যোগীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
Next Post
পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ’ব কেতিয়া?

পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ'ব কেতিয়া?

পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.