• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন সঁচাকৈয়ে ভগৱান আছিল, আমি চিনি পোৱা নাছিলো, জুবিনৰ শেষ সপোন কি আছিল? কি কৈছে গৰিমা গাৰ্গে?

8 months ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

38 minutes ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

1 hour ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

2 hours ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

3 hours ago
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

4 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

5 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন সঁচাকৈয়ে ভগৱান আছিল, আমি চিনি পোৱা নাছিলো, জুবিনৰ শেষ সপোন কি আছিল? কি কৈছে গৰিমা গাৰ্গে?

জুবিন সঁচাকৈয়ে ভগৱান আছিল, আমি চিনি পোৱা নাছিলো, জুবিনৰ শেষ সপোন কি আছিল? কি কৈছে গৰিমা গাৰ্গে?

editor by editor
September 24, 2025
in জীৱনশৈলী
0
জুবিন সঁচাকৈয়ে ভগৱান আছিল, আমি চিনি পোৱা নাছিলো, জুবিনৰ শেষ সপোন কি আছিল? কি কৈছে গৰিমা গাৰ্গে?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ সপোনৰ প্ৰজেক্ট আছিল৷ ৰৈ ৰৈ বিনালে চিনেমাক লৈ মুখ খুলিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে৷ গৰিমা গাৰ্গে কয়- জুবিনৰ সপোনৰ প্ৰজেক্ট আছিল ৰৈ ৰৈ বিনালে৷ যাকেই যেনেকৈ পায় তেওঁ চিনেমাখনৰ কথা কয়৷ ছিংগাপুৰৰ পৰা আহি চিনেমাখনৰ ডাবিং কৰাৰ কথা আছিল৷ কিন্তু সেয়া হৈ নুঠিল৷ চিনেমাখনত হয়তো জুবিনৰ মাতটো নাথাকিব চিনেমাখনত৷ জুবিনে চিনেমাখন ৩১ অক্টোবৰত ৰিলিজ দিয়াৰ কথা কৈছিল৷ আমি জুবিনে কোৱাৰ দৰেই চিনেমাখন ৩১ অক্টোবৰত ৰিলিজ কৰিম ভাৱিছো৷ ৰাজেশ দা হঁতে চিনেমাখনৰ ৰৈ থকা কামবোৰ আগুৱাই নিব বুলি কৈছে৷

লগতে গৰিমাই কয়-মই নিজেই ইমান দিনে বুজি পোৱা নাছিলো জুবিন ভগৱান আছিল৷ জুবিনক সিমানখিনিলৈকে মইয়ো চিনিয়েই পোৱা নাছিলো৷ জুবিনক মানুহে ইমান মৰম আদৰ দিছে এইখিনি দেখি মই আচৰিত হৈছো৷ মই সকলোৰে ওচৰত কৃতজ্ঞ৷ জুবিনে যেনেকৈ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত৷ জুবিনে ঠিকেই কৈছিল জুবিন মানুহ আছিল৷ সেয়া মৃত্যুৰ পাছতো দেখা গৈছে৷ জুবিনৰ বাবেই আজি মোৰ কাষতো মানুহ আছে৷ জুবিনৰ মেনেজাৰৰ সৈতে মোৰ এতিয়া কোনো যোগাযোগ নাই৷ মই ছচিয়েল মিডিয়াও চোৱা নাই৷ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা হয় তাৰ ওপৰত মোৰ আস্থা আছে৷ জুবিনে ৰজাৰ দৰে থাকিছিল, তেওঁ এটা আঙুঠি বহুদিন ধৰি পিন্ধি আছিল সেই আঙুঠি মই শেষযাত্ৰাৰ সময়ত সংৰক্ষণ কৰিছো৷ সেইখিনি আমি লগত ৰাখিম৷ জুবিনৰ সকলোখিনি সামগ্ৰীয়েই আমি সংৰক্ষণ কৰিম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
জীৱনশৈলী

June 2, 2026
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

June 2, 2026
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?
জীৱনশৈলী

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

June 2, 2026
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?
জীৱনশৈলী

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

June 2, 2026
Next Post
জুবিন দাৰ গান শুনি যৌৱন পাৰ কৰিছো, জুবিন দাৰ গান শুনিয়েই মানুহ হৈছো…জুবিন গাৰ্গক লৈ কি কৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

জুবিন দাৰ গান শুনি যৌৱন পাৰ কৰিছো, জুবিন দাৰ গান শুনিয়েই মানুহ হৈছো...জুবিন গাৰ্গক লৈ কি কৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

জুবিন গাৰ্গৰ গানৰ ৰেভিনিউ সিদ্ধাৰ্থই নিজৰ হাতত ৰাখিছেঃ অষ্ট্ৰিয়ানা দিহিংগিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন