• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী… স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক

জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী… স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক

11 months ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

7 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

8 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

8 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

8 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

9 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

9 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

10 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

11 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

12 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

13 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

14 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী… স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক

জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী... স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক

editor by editor
September 21, 2025
in জীৱনশৈলী
0
জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী… স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গে কিছু বছৰৰ পূৰ্বে এক মঞ্চত কৈছিল, গৰিমাৰ ভূমিকাৰ কথা৷ গৰিমাৰ অস্তিত্ব তেওঁৰ জীৱনত কিমান সেই কথা তেওঁ স্বীকাৰ কৰিছিল৷ তেওঁৰ সৈতে প্ৰায় প্ৰতিখন মঞ্চতেই গৰিমা থাকে৷ গোলাঘাটৰ বিহুৰ এক অনুষ্ঠানত জুবিনে হাঁহি হাঁহি কৈছিল, গৰিমা আৰু মই একেঠাইলৈকে আহিছো যদিও বেলেগ বেলেগ বাহনত আহিছো৷ মই মানে য’তে ত’তে ৰৈ দিও, সেয়ে গৰিমাই বেয়া পায়৷ তাইক কৈছো তুমি বেলেগ গাড়ীত আহা৷ উপাই নাই৷’

সেই জুবিনেই এক টেলিভিছন সাক্ষাৎকাৰত কৈছিল, ‘গৰিমা মোৰ দুখৰ দিনৰ লখিমী৷’ জুবিনৰ সেই কথা যেন প্ৰতীয়মানো হৈ আহিছে জীৱিত কালত লগতে বৰ্তমান সময়তো৷ স্বামী জুবিন আৰু নাই, তেওঁৰ আদৰৰ গল্ডি আৰু এই পৃথিৱীত নাই সেই কথা তেওঁ বহু সময়লৈ বিশ্বাসেই কৰিব খোজা নাছিল৷ বাৰে বাৰে কৈছিল, প্ৰাৰ্থনা কৰি আছো মই, গল্ডি আছ, সি যেন উশাহটো লৈ থাকে প্ৰাৰ্থনা কৰক৷’

বিশ্বাস কৰিব নোখোজিলেও এয়াই জীৱনৰ চৰম সত্য৷ সেই কথা বিগত দুদিনত যেন গৰিমাই বুজি উঠিছে৷ চকুপানীৰে বাট নেদেখা গৰিমাৰ কাষত থিয় দিছে অসমবাসী, নাই কেৱল তেওঁৰ আদৰৰ মানুহজন৷ যাৰ হাতত ধৰি এদিন গৰিমা ওলাই আহিছিল গোলাঘাটৰ বিশেষ ঘৰখনৰ পৰা, সেই গৰিমাই আজি হাতখন ধৰিবলৈ তেওঁ কফিনত আৱদ্ধ হৈ আহিছে৷ শেষ উশাহত তেওঁ  প্ৰিয় পুৰুষজনক কাষত নাপালে, আজি জুবিন উভতিছে মাতৃভূমিলৈ নিষ্প্ৰাণ হৈ৷ অসমবাসীয়ে অভিমান কৰিছে, এনেকৈতো আপোনাৰ যোৱাৰ কথা নাছিল৷ অভিমানতকৈ উৰ্ধত ভালপোৱা, অপেক্ষা৷ গৰিমাই জুবিন দিল্লী পোৱাৰ বাতৰি লাভ কৰাৰ কিছু সময়ৰ পাছতেই ঢাপলি মেলিছিল বৰঝাৰ বিমানবন্দৰলৈ৷ প্ৰিয় পুৰুষজন আহি আছে, তেওঁৰ গল্ডি আহি আছে৷ কেনেকৈ ঘৰত থাকিব তেওঁ৷

চিৰপৰিচিত সৰলতাৰে ভৰা মানুহগৰাকীয়ে স্বামীক আদৰি আনিছে৷ স্বামীৰ কফিনক সাবটি তেওঁ কান্দোনত ভাঙি পৰিছে৷ কাৰণ তেওঁৰ গল্ডি এনেকৈ উভতি অহাৰ কথা নাছিল৷ তেওঁ গল্ডিক কাহিলীপাৰাৰ ঘৰলৈকে লৈ আহি আছে৷ এম্বুলেন্সত কফিনৰ কাষত বহি কাহিলীপাৰালৈ আহি আছে গৰিমা৷ গৰিমাৰ মনত চলি থকা এই ধুমুহাজাকৰ উমান হয়তো সকলোৱেই অলপমান হলেও অনুমান কৰিছে৷ সত্যক মানি গৰিমা আগুৱাইছে৷ জুবিন নাথাকিলেও জুবিনবিহীন গৰিমাৰ কাষত এতিয়া থিয় হৈ আছে অসমৰ লাখ লাখ জনতা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
Next Post
জুবিনে কৈছিল, গৰিমাই দেখিছে, জুবিন কি আছিল অসমবাসীৰ বাবে? জুবিনৰ কফিনৰ কাষত বহি অশ্ৰুসিক্ত নয়নেৰে গৰিমাই চাই ৰৈছে জনস্ৰোত

জুবিনে কৈছিল, গৰিমাই দেখিছে, জুবিন কি আছিল অসমবাসীৰ বাবে? জুবিনৰ কফিনৰ কাষত বহি অশ্ৰুসিক্ত নয়নেৰে গৰিমাই চাই ৰৈছে জনস্ৰোত

সৰুসজাইত অনুৰাগীক শেষ দেখা দিব জুবিনে, সোণাপূৰৰ হাতীমূৰাতেই হ’ব হাৰ্টথ্ৰ’বৰ অন্ত্যেষ্টিক্ৰিয়া

সৰুসজাইত অনুৰাগীক শেষ দেখা দিব জুবিনে, সোণাপূৰৰ হাতীমূৰাতেই হ’ব হাৰ্টথ্ৰ’বৰ অন্ত্যেষ্টিক্ৰিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.