• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ক্ৰিকেটতকৈ ফুটবলহে মোৰ প্ৰিয়’ তথাপিও কিয় ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ চাব হাৰ্টথ্ৰ’ব জুবিনে?

‘ক্ৰিকেটতকৈ ফুটবলহে মোৰ প্ৰিয়’ তথাপিও কিয় ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ চাব হাৰ্টথ্ৰ’ব জুবিনে?

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

7 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

7 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

8 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

9 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

9 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

10 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

11 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

12 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

13 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

13 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

14 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ক্ৰিকেটতকৈ ফুটবলহে মোৰ প্ৰিয়’ তথাপিও কিয় ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ চাব হাৰ্টথ্ৰ’ব জুবিনে?

editor by editor
September 30, 2022
in অসম, ক্ৰীড়া, গুৱাহাটী, সংগীত
0
‘ক্ৰিকেটতকৈ ফুটবলহে মোৰ প্ৰিয়’ তথাপিও কিয় ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ চাব হাৰ্টথ্ৰ’ব জুবিনে?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘মই ক্ৰিকেট বেছি নাচাওঁ, ফুটবলহে বেছি চাওঁ, অসমত হৈছে যেতিয়া চাব পাৰি৷’ বৰ্ষাপাৰাত ২ অক্টোৱৰৰ টি-২০ মেচখন চোৱাৰ সম্পৰ্কত মত প্ৰকাশ কৰিছে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে৷ ফুটবল চাবৰ বাবেই বিদেশলৈ ঢপলিয়াই যোৱা কণ্ঠশিল্পীগৰাকীয়ে ক্ৰিকেট চাবলৈ আগ্ৰহী হয়নে সেই সম্পৰ্কে সাংবাদিকেৰে হোৱা মত বিনিময়ত জুবিন গাৰ্গে উল্লেখ কৰিছে এই কথা৷

ক্ৰিকেটতকৈ ফুটবল খেলি বা চাই ভালপায় বুলি উল্লেখ কৰি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কয় যে অসমত খেল চলিছে যেতিয়া এবাৰ চাব লাগিব৷ বতৰ বেয়া বাবে কিছু খেলিমেলি হ’ব পাৰে৷ অৱশ্যে খেল ভাল হ’ব৷ ভাৰতীয় টিমে ভাল খেলিব বুলি আশাবাদী হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ৷

উল্লেখ্য যে পূজাৰ সময়খিনিত কি পৰিকল্পনা কৰিছে জুবিন গাৰ্গে এই সন্দৰ্ভতো মন্তব্য কৰি কয় যে,‘পূজাত এইবাৰ ষ্টুডিঅ’তেই থকা হ’ব৷ ৪খনকৈ নতুন ছবিৰ কাম চলি আছে৷ ছবিকেইখনৰ কাম কেতিয়া শেষ হ’ব যেন লাগিছে৷’ ইফালে হাৰ্টথ্ৰ’বগৰাকীৰ নিজৰো এখন ছবিয়ে মুক্তিলাভ কৰিব৷ ‘ৰৈ ৰৈ বিনালে’ নামৰ নতুন এখন ছবি অসমবাসীক উপহাৰ দিব হাৰ্টথ্ৰ’বে৷ ছবিখনত এগৰাকী অন্ধ ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰা বুলিও জনাইছে কণ্ঠশিল্পীগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল
বিনোদন

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

August 15, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Next Post
প্ৰচাৰৰ অংশ নহয়! এইয়া মহানুভৱতাৰহে নিদৰ্শন, এম্বুলেঞ্চৰ বাবেই ৰ’ল প্ৰধানমন্ত্ৰীৰ কনভয়

প্ৰচাৰৰ অংশ নহয়! এইয়া মহানুভৱতাৰহে নিদৰ্শন, এম্বুলেঞ্চৰ বাবেই ৰ’ল প্ৰধানমন্ত্ৰীৰ কনভয়

বৈদিক যুগৰ পৰা থিম পূজালৈকে… কেনেকৈ সলনি হৈছে দশভূজাৰ ৰূপ?

বৈদিক যুগৰ পৰা থিম পূজালৈকে... কেনেকৈ সলনি হৈছে দশভূজাৰ ৰূপ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.