• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ,  ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি

আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ, ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি

8 months ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

60 minutes ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

2 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

2 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

3 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

4 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

4 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

5 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

5 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

8 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ, ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি

আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ, ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি

editor by editor
December 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আদালতলৈ সোঁশৰীৰে আনিব লাগিব ৭অভিযুক্তক, নিৰ্দেশ CJM আদালতৰ,  ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথম শুনানি৷ ১৬ ডিচেম্বৰত জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানিৰ দিন৷ কাইলৈ আটাইকেইটা অভিযুক্তক সোঁ শৰীৰে আদালতত হাজিৰ কৰোৱাবই লাগিব বুলি জনাইছে৷ ইতিমধ্যেই আৰক্ষীক নিৰ্দেশো প্ৰদান কৰিছে CJM আদালতে৷ কেনেকৈ আদালতলৈ আনিব সেয়া আৰক্ষীৰ বিষয় বুলিও জনাইছে CJM আদালতে৷

ইফালে SITয়ে দাখিল কৰা চাৰ্জশ্বীটত ভৱাতকৈয়ো বেছি ভয়ংকৰ তথ্য থকাৰ কথা জনাইছে বহু সূত্ৰই৷ জুবিন গাৰ্গক পৰিকল্পিতভাৱেই হত্যা কৰা হৈছে বুলিও উল্লেখ আছে চাৰ্জশ্বীটত৷ কেৱল হত্যাই নহয় মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বহু বিত্তীয় কেলেংকাৰীৰ কথাও উদঙাই দিয়া হৈছে চাৰ্জশ্বীটত৷ কেনেকৈ জুবিন গাৰ্গক ইমানদিনে ঠগি আছিল মেনেজাৰ সিদ্ধাৰ্থই সেই তথ্যও আছে চাৰ্জশ্বীটত৷

চাৰ্জশ্বীটৰ ৰিপৰ্ট অনুসৰি জুবিনৰ বেংক একাউন্টত মাত্ৰ ১০ লাখহে ধন আছিল৷  ICICI বেংকত আছে জুবিনৰ এই ধনৰাশি৷ বছৰি হিচাপত জুবিনৰ একাউণ্টত থাকিব লাগে ৩ কোটি টকা৷  এবছৰত জুবিনৰ বিহু অনুষ্ঠানৰ পাৰিশ্ৰমিক ৪ কোটি ৮০ লাখ টকা৷ প্ৰতিখন বিহু অনুষ্ঠানৰে জুবিনৰ চুক্তি হয় ১২ লাখ টকাকৈ৷ এবছৰত ৪০ খনকৈ বিহু অনুষ্ঠান পৰিবেশন কৰে জুবিন গাৰ্গে৷

জুবিন গাৰ্গে শেহতীয়াকৈ গম পাইছিল তেওঁৰ ধনৰ খেলিমেলিৰ কথা৷ ছিংগাপুৰৰ পৰা ওভতি আহি সকলো হিচাপ লোৱাৰ কথা আছিল জুবিন গাৰ্গৰ৷ ১২ অক্টোবৰত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ আৰু আন একাংশৰ সৈতে হিচাপ কৰাৰ কথা আছিল৷  চিনেমাৰ নামত হোৱা ব্যয়, খাৰঘুলিৰ ঘৰ আৰু ষ্টুডিঅ’ৰ নামত হোৱা ব্যয়ৰ খাতিয়ান লোৱাৰ কথা আছিল জুবিন গাৰ্গৰ৷ কিন্তু ৰহস্যজনকভাৱে ছিংগাপুৰৰ পৰা ওভতি অহাৰ পূৰ্বে মৃত্য হয় জুবিন গাৰ্গ৷  এই সকলোবোৰ  কথা উল্লেখ আছে দীঘলীয়া চার্জশ্বীটৰ পৃষ্ঠাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?
ৰাজনীতি

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

August 10, 2026
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন
নিয়োগ

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী
জীৱনশৈলী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

August 10, 2026
Next Post
‘MGNREGA’ বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?

'MGNREGA' বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?

কাইলৈ আদালতত সোঁশৰীৰে উপস্থিত নাথাকে জুবিন গাৰ্গৰ ৰহস্যমৃত্যুত নাম সাঙোৰ খোৱা ৭ অভিযুক্ত

কাইলৈ আদালতত সোঁশৰীৰে উপস্থিত নাথাকে জুবিন গাৰ্গৰ ৰহস্যমৃত্যুত নাম সাঙোৰ খোৱা ৭ অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.