• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘MGNREGA’ বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?

‘MGNREGA’ বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?

5 months ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

4 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

4 hours ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

4 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

5 hours ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

6 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

6 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

7 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

8 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

8 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

9 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

9 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘MGNREGA’ বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?

'MGNREGA' বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?

editor by editor
December 15, 2025
in জীৱনশৈলী
0
‘MGNREGA’ বাতিল কৰি নতুন আইন? গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থালৈ অনা সালসলনিত লাভ হ’বনে শ্ৰমিকৰ?
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰামীণ কৰ্মসংস্থান ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ পথলৈ আহিছে কেন্দ্ৰ৷ মহাত্মা গান্ধী গ্ৰামীণ ৰোজগাৰ গেৰেণ্টি অধিনিয়ম বা মনৰেগা প্ৰকল্প বিলোপ কৰি গ্ৰামীণ ৰোজগাৰ যোজনাৰ নতুন বিল আনিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ প্ৰথমে কথা দিছিল যে নতুন বিলৰ নাম ৰখা হব পূজ্য বাপু গ্ৰামীণ ৰোজগাৰ যোজনা৷ শেষ মুহূৰ্তত সেই নাম সলনি কৰা হৈছে৷ নতুন বিলৰ নাম ৰখা হৈছে বিকশিত ভাৰত গেৰেণ্টি ফৰ ৰোজগাৰ আৰু আজীৱিকা মিছন ২০২৫৷ যাৰ সংক্ষিপ্ত ৰূপ ভিবি জি ৰাম জি৷ কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে এটা গ্ৰামীণ বিকাশ মডেল তৈয়াৰৰ উদ্দেশ্যেই এই নতুন আইন৷ ২০৪৭ চনত বিকশিত ভাৰত মিছনক ফকাছত ৰাখিয়েই তৈয়াৰ কৰা হৈছে এই বিল৷

১২৫ দিনৰ কৰ্মসংস্থানৰ গেৰেণ্টি

ভিবি জি ৰাম জি বিন ২০২৫ অনুসৰি গাওঁৰ প্ৰতিটো পৰিয়ালে বছৰি ১২৫ দিনৰ কাম আৰু মজুৰি গেৰেণ্টি পাব৷ এই গেৰেণ্টি সেইসমূহ গ্ৰামীণ পৰিয়ালক প্ৰদান কৰা হব য’ত প্ৰাপ্তবয়স্ক সদস্যই স্বেচ্ছাই অদক্ষ কায়িক পৰিশ্ৰম কৰিবলৈ আগ্ৰহী৷ যদিও বিশেষ ক্ষেত্ৰত অতিৰিক্ত ৫০ দিনৰ কামৰ সুযোগ থাকিলেও নতুন বিলত সেয়া স্থায়ীভাৱে বঢ়োৱাৰো প্ৰস্তাৱ কৰা হৈছে৷ বৰ্তমান ২০০৫ চনত তৈয়াৰ কৰা মনৰেগা প্ৰকল্পত ১০০ দিনৰ কৰ্মসংস্থানৰ গেৰেণ্টিও প্ৰদান কৰে৷ চৰকাৰে জনাইছে যে এই বিলৰ লক্ষ্য হৈছে এক সমৃদ্ধ আৰু স্থিতিস্থাপক গ্ৰামীণ ভাৰতৰ বাবে ক্ষমতায়ন উন্নয়নক উৎসাহিত কৰা৷ এই নতুন বিলটিক বিকশিত ভাৰত ২০৪৭ৰ জাতীয় দৃষ্টিভংগীৰ সৈতে গ্ৰামীণ উন্নয়ন কাঠামোক সামঞ্জস্যপূৰ্ণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে৷

 কেন্দ্ৰ-ৰাজ্যৰ মাজত ব্যয়ৰ ভাগ

নতুন বিলত সকলোতকৈ ডাঙৰ পৰিবৰ্তন আহিছে অৰ্থৰ ক্ষেত্ৰত৷ মনৰেগাত যেনেকৈ মজুৰিৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰৰ আছিল ভিবি জি ৰাম জি প্ৰকল্পত ৰাজ্যসমূহেও ব্যয়ৰ ভাগ দিব লাগিব৷ উত্তৰ-পূৰ্ব আৰু হিমালয় ৰাজ্য আৰু কিছু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্যৰ ব্যয়ৰ অনুপাত হব ৯০ঃ১০৷ অন্যান্য ৰাজ্যৰ ক্ষেত্ৰত এই অনুপাত হব ৬০ঃ৪০৷ যিসমূহ কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভা নাই তাতেই সম্পূৰ্ণ ব্যয় কৰিব কেন্দ্ৰই৷

নিৰ্দিষ্ট বিল

মনৰেগা প্ৰকল্পৰ লেবাৰ বাজেট ব্যৱস্থাৰ পৰিবৰ্তে নতুন বিলত অনা হৈছে নৰ্মেটিভ এলোকেছন৷ অৰ্থাৎ কেন্দ্রই পূৰ্বেই ৰাজ্য ভিত্তিক নিৰ্দিষ্ট তহবিল তৈয়াৰ কৰিব৷ এই তহবিলত অতিৰিক্ত ব্যয় হলে সেই খৰচ বহন কৰিব লাগিব ৰাজ্য চৰকাৰেই৷ ইয়াৰোপৰি ভিবি জি ৰাম জি বিল ২০২৫ অনুসৰি শ্ৰমিকৰ মজুৰি সাপ্তাহিক ভিত্তিক দিয়াৰ কৰা কোৱা হৈছে৷ মনৰেগাৰ দৰে মজুৰি দিয়াত দেৰী হলে ক্ষতিপূৰণ দিয়াৰ বাধ্যবাধকতা নতুন বিলত ৰখা হোৱা নাই৷ যদিও মজুৰিৰ হাৰ পূৰ্বৰ দৰেই বাহাল থাকিব৷

কাম বন্ধৰ বিধান

প্ৰথমবাৰৰ দৰে নতুন বিলত কৃষিত ব্যস্ত থকাৰ সময়ত কাম বন্ধৰ প্ৰস্তাৱ ৰখা হৈছে৷ বছৰত সৰ্বোচ্চ ৬০দিন, বীজ ৰোপন আৰু ফচল কটাৰ সময়ত ৰাজ্য চৰকাৰে নিৰ্ধাৰিত সময়ত গ্ৰামীণ কৰ্মসংস্থান প্ৰকল্পৰ কাম বন্ধ থাকিব৷ ইয়াৰ ফলত কৃষিকামত পৰ্যাপ্ত শ্ৰমিক পোৱা যাব বুলি কেন্দ্ৰৰ দাবী৷ এই কাৰ্যত ১২৫ দিনৰ কাম পোৱাৰ সময়সীমা কৰি যাব পাৰে বুলিও আশংকা৷ সকলো মিলি নতুন এই বিলে গ্ৰামীণ কৰ্মসংস্থানত এফালে যেনেকৈ কামৰ দিন বঢ়োৱাৰ আশ্বাস দিছে তেনেকৈ অৰ্থনৈতিক আৰু প্ৰশাসনিক দায়িত্বৰ ভাৰো ৰাজ্যসমূহৰ ওপৰত বঢ়াই দিছে৷ যাক লৈ ৰাজনৈতিক আৰু নীতিগত বিতৰ্কও আৰম্ভ হৈছে৷

মনৰেগা প্ৰকল্প কি?

মহাত্মা গান্ধী জাতীয় গ্ৰামীণ কৰ্মসংস্থান গেৰেণ্টি আইন হৈছে এক ভাৰতীয় শ্ৰম আইন আৰু সামাজিক নিৰাপত্তা ব্যৱস্থা৷ যাৰ লক্ষ্য সকলোৰে কামৰ অধিকাৰ নিশ্চিত কৰা৷ ই প্ৰথমে জাতীয় গ্ৰামীণ কৰ্মসংস্থান গেৰেণ্টি আইন ২০০৫ নামেৰে পৰিচিত আছিল৷ এই প্ৰকল্পটো এক ফ্লেগশ্বিপ প্ৰগ্ৰাম, যাৰ লক্ষ্য গ্ৰামীণ পৰিয়ালৰ জীৱিকা নিৰাপত্তা উন্নত কৰা৷ যাৰ মাধ্যমেৰে প্ৰতিটো পৰিয়ালৰ স্বেচ্ছাই অদক্ষ কায়িক শ্ৰমত নিযুক্ত হয়৷ তেওঁলোকে এটা আৰ্থিক বছৰত কমেও ১০০ দিনৰ নিশ্চিত কৰ্মসংস্থান পায়৷ মনৰেগা বিশ্বৰ বৃহত্তম কৰ্ম গেৰেণ্টি প্ৰগ্ৰামসমূহৰ মাজত এটা যি ২০০৫ চনৰ পৰা গ্ৰামীণ উন্নয়ন মন্ত্ৰণালয়ে আৰম্ভ কৰিছিল৷ ২০২২-২০২৩ চনৰ মাজত মনৰেগাৰ অধীনত প্ৰায় চাৰে ১৫ কোটি সক্ৰিয় কৰ্মী আছিল৷ এই প্ৰকল্পৰ লক্ষ্য অধিকাৰ ভিত্তিক কাঠামোৰ মাধ্যমেৰে দীৰ্ঘস্থায়ী দৰিদ্ৰৰ বিৰুদ্ধে মোকাবিলা কৰা৷ এই প্ৰকল্পৰ সুবিধাভোগীসকলৰ কমপক্ষেও এক তৃতীয়াংশ মহিলা হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই
জীৱনশৈলী

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

May 26, 2026
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

May 26, 2026
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?
জীৱনশৈলী

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

May 26, 2026
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
Next Post
কাইলৈ আদালতত সোঁশৰীৰে উপস্থিত নাথাকে জুবিন গাৰ্গৰ ৰহস্যমৃত্যুত নাম সাঙোৰ খোৱা ৭ অভিযুক্ত

কাইলৈ আদালতত সোঁশৰীৰে উপস্থিত নাথাকে জুবিন গাৰ্গৰ ৰহস্যমৃত্যুত নাম সাঙোৰ খোৱা ৭ অভিযুক্ত

মঙলবাৰে ত্ৰিপুষ্কৰ যোগৰ শুভ সংযোগ, হনুমানৰ কৃপা বৰ্ষিব ৫ৰাশিত

মঙলবাৰে ত্ৰিপুষ্কৰ যোগৰ শুভ সংযোগ, হনুমানৰ কৃপা বৰ্ষিব ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.