• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলবাৰে ত্ৰিপুষ্কৰ যোগৰ শুভ সংযোগ, হনুমানৰ কৃপা বৰ্ষিব ৫ৰাশিত

মঙলবাৰে ত্ৰিপুষ্কৰ যোগৰ শুভ সংযোগ, হনুমানৰ কৃপা বৰ্ষিব ৫ৰাশিত

7 months ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

9 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

10 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

10 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

11 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

12 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

14 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

14 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

15 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

16 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

16 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

17 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙলবাৰে ত্ৰিপুষ্কৰ যোগৰ শুভ সংযোগ, হনুমানৰ কৃপা বৰ্ষিব ৫ৰাশিত

মঙলবাৰে ত্ৰিপুষ্কৰ যোগৰ শুভ সংযোগ, হনুমানৰ কৃপা বৰ্ষিব ৫ৰাশিত

editor by editor
December 15, 2025
in জীৱনশৈলী
0
মঙলবাৰে ত্ৰিপুষ্কৰ যোগৰ শুভ সংযোগ, হনুমানৰ কৃপা বৰ্ষিব ৫ৰাশিত
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ ডিচেম্বৰ মঙলবাৰৰ দিনৰ অধিপতি হনুমান৷ জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি চন্দ্ৰৰ গোচৰ তুলা ৰাশিত হব৷ এই পৰিস্থিতিত বৃহস্পতি চন্দ্ৰৰ পৰা পঞ্চম ঘৰত অৱস্থান কৰিব আৰু নৱম পঞ্চম যোগ তৈয়াৰ কৰিব৷ ইয়াৰোপৰি বুধ আৰু শুক্ৰ বৃশ্চিক ৰাশিত লক্ষ্মী নাৰায়ণ যোগ তৈয়াৰ কৰিব৷ এই সমস্ত কিছুৰ ওপৰিও স্বাতীৰ পাছত বিশাখা নক্ষত্ৰৰ সংযোগত ত্ৰিপুষ্কৰ যোগো তৈয়াৰ হব৷ এই পৰিস্থিতিত মঙ্গলবাৰে বৃষ, মিথুন, কন্যা, বৃশ্চিক আৰু কুম্ভ ৰাশিৰ জাতকৰ বাবে শুভ দিন হব৷

মঙলবাৰৰ ভাগ্যবান ৰাশি

বৃষ ৰাশি

মঙলবাৰ বৃষ ৰাশিৰ বাবে শুভ দিন হব৷ আপোনাৰ কোনো ইচ্ছা পূৰ্ণ হব৷ আপুনি ব্যৱসায়িকভাৱে লাভৱান হব৷ মঙ্গলবাৰ বৃষ ৰাশিৰ বাবে শুভ দিন হব৷ আপোনাৰ কোনো ইচ্ছা পূৰণ হব৷ আপুনি ব্যৱসায়িকভাৱেও লাভৱান হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধতনসকলৰ পৰা সমৰ্থন পাব৷ আপুনি উপহাৰ পাব পাৰে৷ শিক্ষাক্ষেত্ৰত আপুনি সাফল্য পাব৷ পৰিয়ালৰ পৰা সহায়তা লাভ কৰিব৷ যিসকলে চাকৰি পৰিবৰ্তন কৰাৰ চেষ্টা কৰিছে তেওঁলোকে সাফল্য পাব৷

মিথুন ৰাশি

মঙ্গলবাৰ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে পাৰিবাৰিক বিষয়ত অনুকূল থাকিব৷ পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব৷ আৰ্থিক ক্ষেত্ৰত আপোনাৰ আয় বৃদ্ধি পাব পাৰে৷ আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সক্ৰিয়তা আৰু মেনেজমেণ্টৰ দক্ষতাৰ পলত আপুনি উপকৃত হব৷ কিছু গুৰুত্বপূৰ্ণ কাম সম্পন্ন হব৷ আপুনি যদি কাৰোবাক ধন ধাৰে দিয়ে তেন্তে উভতাই পাব৷ শিক্ষাক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতা উন্নত হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে ব্যৱসায়ৰ দিশত শুভ দিন হব৷ ব্যৱসায়িক আয় বৃদ্ধিয়ে আপোনাক আনন্দ দিব৷ আপুনি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা সহয়তা পাব৷ আপোনাৰ ডাঙৰ ইচ্ছা পূৰণ হব পাৰে৷ যিসকলৰ বিদেশত কামৰ সংযোগ আছে অথৱা যিসকল প্ৰযুক্তিগত কামত জড়িত তেওঁলোক উপকৃত হব৷ প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰেমিকৰ সৈতে শুভ সময় কটাব৷ অসুস্থ ব্যক্তিসকলৰ স্বাস্থ্যৰ উন্নতি হব৷

 বৃশ্চিক ৰাশি

মঙ্গলবাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে দীৰ্ঘম্যাদি সুবিধা কঢ়িয়াই আনিব৷ আপোনাৰ কামৰ মাধ্যমেৰে আপুনি ভৱিষ্যতে লাভৱান হব৷ আপোনাৰ আৰ্থিক পৰিকল্পনা সফল হব আৰু আপুনি আৰ্থিক লাভ পাব৷ আপোনাৰ কাম শুভ আৰু অনুকূল থাকিব৷ আপোনাৰ জীৱনলৈ কিছু ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ আপুনি পোছাক আৰু বিলাসবহুল সামগ্ৰী অৰ্জন কৰিব পাৰে৷ কোনো সাহসী সিদ্ধান্তৰ মাধ্যমেৰেও আপুনি উপকৃত হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে অপ্ৰত্যাশিত সুবিধা কঢ়িয়াই আনিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব৷ বুদ্ধিদীপ্ত সিদ্ধান্তৰ মাধ্যমেৰে আপুনি উপকৃত হব৷ আপোনাৰ প্ৰযুক্তিগত জ্ঞান আৰু অভিজ্ঞতাৰ পৰাও আপুনি উপকৃত হব৷ চৰকাৰী কামত যদি আপোনাৰ কাম ৰৈ আছে তেন্তে সেয়া সম্পন্ন হব৷ আদালতৰ বিষয়সমূহৰ পৰা দূৰৈত থকাই যুক্তিযুক্ত৷ আপোনাৰ প্ৰেম জীৱনত সুখ থাকিব৷ আপোনাৰ বিবাহিত জীৱনত প্ৰেম আৰু সম্প্ৰীতি বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক
জীৱনশৈলী

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

July 13, 2026
Next Post
কেৱল মোবাইলত ভিডিঅ’ recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি? নে তেওঁলোকে তাইক নি নিজস্ব কোঠা নিদিয়াটো crime আছিল? অমৃতপ্ৰভাৰ সপক্ষে বিশেষ পোষ্ট কণ্ঠশিল্পী ভাস্বতী ভাৰতীৰ, কি লিখিছে সামাজিকমাধ্যমত?

কেৱল মোবাইলত ভিডিঅ' recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি? নে তেওঁলোকে তাইক নি নিজস্ব কোঠা নিদিয়াটো crime আছিল? অমৃতপ্ৰভাৰ সপক্ষে বিশেষ পোষ্ট কণ্ঠশিল্পী ভাস্বতী ভাৰতীৰ, কি লিখিছে সামাজিকমাধ্যমত?

অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত

অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.