• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাৎ অসুস্থ হাৰ্টথ্ৰ’ব জুবিন! নেমকেয়াৰৰ আইচিইউত ভৰ্তি হাৰ্টথ্ৰ’ব জুবিনক

হঠাৎ অসুস্থ হাৰ্টথ্ৰ’ব জুবিন! নেমকেয়াৰৰ আইচিইউত ভৰ্তি হাৰ্টথ্ৰ’ব জুবিনক

3 years ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

45 minutes ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

2 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

4 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

13 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

13 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

14 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

14 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

15 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হঠাৎ অসুস্থ হাৰ্টথ্ৰ’ব জুবিন! নেমকেয়াৰৰ আইচিইউত ভৰ্তি হাৰ্টথ্ৰ’ব জুবিনক

editor by editor
November 8, 2023
in অসম, জীৱনশৈলী
0
হঠাৎ অসুস্থ হাৰ্টথ্ৰ’ব জুবিন! নেমকেয়াৰৰ আইচিইউত ভৰ্তি হাৰ্টথ্ৰ’ব জুবিনক
0
SHARES
555
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰে মন সেমেকাই তুলিছে ৰাজ্যবাসীৰ। এয়াতো স্বাভাৱিক। জুবিন যে প্ৰতিগৰাকী ব্যক্তিৰেই বুকুৰ আপোন। জুবিনৰ সুখত যেনেদৰে সুখী হৈ পৰে ৰাজ্যবাসী তেনেদৰে জুবিনৰ দুখতো চকুলো বাগৰে প্ৰতিজন অনুৰাগীৰেই। অনুৰাগীনো কি? জুবিনক আপুনি কেতিয়াবা সমালোচনা কৰে তাৰমানেই আপুনি জুবিনক বেয়া পায় সেয়া জানো হ’ব পাৰে? জুবিনক ভালপায় বাবেই জুবিনৰ কিছু মন্তব্য বিতৰ্কত সোমাই। কাৰণ প্ৰিয় মানুহজনৰ পৰা কোনোৱেই বেয়া কথা সহিব নোৱাৰে। বেয়া পাওঁ বুলিয়েই আপুনি জুবিনক বেয়া পাবও নোৱাৰে। জুবিনৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগেই আপুনিও নিশ্বয় তেওঁৰ স্বাস্থ্যৰ খবৰ সম্পৰ্কে জানিবলৈ উদগ্ৰীৱ হৈ আছে!

হাৰ্টথ্ৰ’ব জুবিনৰ সৈতে আছে অসমবাসীৰ ভালপোৱা। সেয়ে অসুস্থতাৰ খবৰ এতিয়া সামাজিকমাধ্যমত আটাইতকৈ চৰ্চিত খবৰৰ ভিতৰত এটা। সকলো বিষয় তলপেলাই কেৱল এতিয়া জুবিনৰেই চলিছে সৰ্বত্ৰতে চৰ্চা। সামাজিক মাধ্যমত বহুতেই প্ৰিয় শিল্পীজনৰ সুস্থতাৰ কামনাৰে শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট। কিন্তু প্ৰকৃততে কি হৈছে জুবিন গাৰ্গৰ?

জুবিন গাৰ্গৰ ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি ষ্টুডিঅ’ৰ সন্মুখত থকা ফুলনিত পানী দি থাকোতেই পিছলি পৰে কণ্ঠশিল্পীগৰাকী। হঠাৎ এইদৰে পৰি যোৱাৰ ফলত হাত আৰু ভৰিত কিছু আঘাত পোৱা বুলি জনাইছে চিকিৎসকৰ দলে। বৰ্তমানলৈকে নেমকেয়াৰ হাস্পতালৰ আই চি ইউতেই আছে হাৰ্টথ্ৰ’ব জুবিন। আজিৰ দিনটো অৱজাৰভেশ্বনতেই ৰাখিব জুবিন গাৰ্গক বুলি জনাইছে নেমকেয়াৰৰ চিকিৎসকৰ দলে। পূৰ্বৰে পৰা থকা অসুবিধাসমূহৰ ওপৰত ভিত্তি কৰিয়েই তেওঁৰ পৰীক্ষা নিৰীক্ষা কৰিছে চিকিৎসকে। কোনোৱে মাতিলে ভালধৰণেই ৰেছপনছো দিছে বুলিও জনাইছে চিকিৎসক হিতেশ বৰুৱাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

August 5, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

August 5, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

August 5, 2026
Next Post
বোনাছ দিছে ফেছবুকে! ধন উপাৰ্জনৰ সহজ উপায় উলিয়াইছে মেটাই, আপুনিও ল’ব পাৰে সুযোগ

বোনাছ দিছে ফেছবুকে! ধন উপাৰ্জনৰ সহজ উপায় উলিয়াইছে মেটাই, আপুনিও ল’ব পাৰে সুযোগ

‘গাৰ্হস্থ্য হিংসাৰ পৰা বিচ্ছেদ!’ বিবাহৰ ১২ বছৰ পাছত ডিভোৰ্ছ হানী সিং আৰু শালিনী তলোৱাৰৰ

'গাৰ্হস্থ্য হিংসাৰ পৰা বিচ্ছেদ!’ বিবাহৰ ১২ বছৰ পাছত ডিভোৰ্ছ হানী সিং আৰু শালিনী তলোৱাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.