• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ অঘটন! খাৰঘূলিৰ পাছত ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফুটি কেইবাফুট উচ্চতালৈ উঠিল পানী

আকৌ অঘটন! খাৰঘূলিৰ পাছত ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফুটি কেইবাফুট উচ্চতালৈ উঠিল পানী

3 years ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

26 minutes ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

1 hour ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

2 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

4 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

5 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

5 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

6 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

6 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

18 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

18 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

19 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আকৌ অঘটন! খাৰঘূলিৰ পাছত ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফুটি কেইবাফুট উচ্চতালৈ উঠিল পানী

editor by editor
June 12, 2023
in অসম, গুৱাহাটী
0
আকৌ অঘটন! খাৰঘূলিৰ পাছত ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফুটি কেইবাফুট উচ্চতালৈ উঠিল পানী
0
SHARES
203
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পানীত ডুবিছে মহানগৰীৰ কেইবাটাও এলেকা। কৃত্ৰিম বানত নহয় এইবাৰ পানী যোগান আঁচনিৰ পাইপ ফুটি সকলোফালে কেৱল পানী আৰু পানী। খাৰঘূলিৰ ঘটনাৰ পুনৰাবৃত্তি এইবাৰ ৰাজগড় লিংক ৰোডত। পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰিল ৰাজগড়ৰ বিস্তৃত অঞ্চল। কমাৰ্চ আৰু ৰাজগড় ৰোডৰ একাংশ অঞ্চলত এতিয়া ডিঙিলৈকে পানী।

সোমবাৰে দিনৰ প্ৰায় ২.৩০ মান বজাত জল বৰ্ডৰ পাইপ ফুটি ৰাজগড়ত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। স্থানীয় লোকৰ ভাষ্য অনুসৰি ডাঙৰ শব্দ হৈ পাইপ ফাটি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। বিভিন্ন গাড়ী, মটৰৰ লগতে অঞ্চলটোত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰো বিস্তৰ ক্ষতি সাধন হৈছে। অৱশ্যে বৰ্তমান পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই। বৰ্তমান ঘটনাস্থলীত ASDMAৰ এটা দল উপস্থিত হৈ ফাটি যোৱা পাইপ মেৰামতি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ঘটনাস্থলীত ততালিকে গৈ উপস্থিত হৈছে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালো। কিছুদিন পূৰ্বে খাৰঘূলিত সংঘটিত হৈছিল অনুৰূপ ঘটনা। জাইকাৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছিল সমগ্ৰ অঞ্চল। যাৰ বাবে এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাজনো।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় জনতাই। কৰবাত যদি খোৱাপানীৰ অভাৱ কৰবাত আকৌ এজাক বৰষুণতে একাঠু পানীৰ মাজেৰে অহা যোৱা কৰিব লাগে মহানগৰীৰ জনতাই। গুৱাহাটী যেন এতিয়া কোনোৱেই সুৰক্ষিত নহয়। কৰবাত যদি গাঁতত পৰি মানুহ মৰিছে কৰোবাত আকৌ পানীৰ পাইপ ফুটি মানুহ মৰিছে। মুঠতে গুৱাহাটীত এতিয়া একেবাৰেই সুৰক্ষিত নহয়। ঘটনাক লৈ স্থানীয়লোকে চৰকাৰত তুলাধূনা দিছে।

ইপিনে ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী অশোক সিংঘালে কয় যে বিভাগীয় লোকৰ গাফিলতিৰ বাবেহে এনে ঘটনা সংঘঠিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
Next Post
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

চিটি বাছেৰে যাত্ৰা কৰিম বুলি ভাৱিছে যদি সেই আশা বাদ দিয়ক! মহানগৰীত আজিৰে পৰা বন্ধ হ’ল ১০৯খন চিটিবাছ

চিটি বাছেৰে যাত্ৰা কৰিম বুলি ভাৱিছে যদি সেই আশা বাদ দিয়ক! মহানগৰীত আজিৰে পৰা বন্ধ হ’ল ১০৯খন চিটিবাছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.