• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ লক্ষণেই ক’ব আপোনাৰ কিডনি ঠিকেই আছেনে! কোনকেইটা লক্ষণলৈ মন কৰিব?

৫ লক্ষণেই ক’ব আপোনাৰ কিডনি ঠিকেই আছেনে! কোনকেইটা লক্ষণলৈ মন কৰিব?

3 years ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

4 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

5 hours ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

5 hours ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

6 hours ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

6 hours ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

7 hours ago
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

7 hours ago
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

8 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

8 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

9 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

9 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ লক্ষণেই ক’ব আপোনাৰ কিডনি ঠিকেই আছেনে! কোনকেইটা লক্ষণলৈ মন কৰিব?

editor by editor
June 12, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
৫ লক্ষণেই ক’ব আপোনাৰ কিডনি ঠিকেই আছেনে! কোনকেইটা লক্ষণলৈ মন কৰিব?
0
SHARES
16.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অস্বাস্থ্যকৰ খোৱাবোৱা, নিদ্ৰাহীনতা, পৰ্যাপ্ত পৰিমানে পানী নোখোৱাৰ ফলতেই কিডনীৰ সমস্যাই দেখা দিয়ে। এজন মানুহৰ শৰীৰত দুটাকৈ কিডনি থাকে। তাৰেই এটা বিকল হ’লেও আনটোৰে কাম চলি থাকে। কিন্তু কিডনিত পাথৰ জমা হ’লে বাহিৰত কোনো লক্ষণ পোনতে দেখা নাযায়। সেয়ে সময়ে সময়ে কিডনিৰ পৰীক্ষা কৰি থকাটো অত্যন্ত জৰুৰী। বহুসময়ত পৰিয়ালগত ভাৱেও এই ৰোগ বিয়পে। সেয়ে প্ৰত্যেকবছৰেই এবাৰকৈ কিডনিৰ পৰীক্ষা কৰোৱাটো অতিকৈ জৰুৰী। ইয়াৰোপৰি উচ্চ ৰক্তচাপ, ডায়বেটিছ আৰু কিডনিৰ স্বাস্থ্য কেনেকুৱা সেই সম্পৰ্কে জানিবলৈ সেইকেইটা লক্ষণলৈ নজৰ দিয়াটো জৰুৰী।

ছাল শুকাই যোৱা

কিডনি ভালে নাথাকিলে তাৰ প্রভাৱ আমাৰ ছালত প্ৰভাৱ পৰে। শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰা তেজত পৰ্যাপ্ত পৰিমানে লোহিত ৰক্ত কণিকা উৎপাদন কৰা, বিভিন্ন খনিজৰ ভাৰসাম্য বজায় ৰখা, হাড়ৰ স্বাস্থ্য সকলোবোৰেই কিডনিৰ ওপৰতেই নিৰ্ভৰ কৰে। তেজত বিভিন্ন উপাদান সঠিক মাত্ৰাত নাথাকিলেই ছাল শুকাই যোৱাৰ লক্ষণে দেখা দিয়ে।

প্ৰস্ৰাৱৰ বেগ
পানী নাখালে প্ৰস্ৰাৱৰ বেগো কমি যায়। কিন্তু কিডনি বিকল হোৱাৰ এইয়াও এটা লক্ষণ। পুৰুষৰ ক্ষেত্ৰত এই লক্ষণে কেতিয়াবা প্ৰষ্টেটৰ সমস্যাৰো ইংগিত দিয়ে।

চকুৰ ফোলা ফোলা ভাৱ
পৰ্যাপ্ত পৰিমানে টোপনি নহ’লে চকু ফুলি থকা যেন এটা ভাৱ আহে। তেনেকুৱা ভাৱ আহিলেই বুজিৱ যে আপোনাৰ কিডনিত কোনো সমস্যাই দেখা দিছে। তেজৰ পৰা পুষ্টিকৰ পদাৰ্থ চেকি দূষিত পদাৰ্থ বাহিৰ কৰিব নোৱাৰিলে কিডনিৰ সমস্যাই দেখা দিয়ে।

ভৰি ফোলা
ভৰি ফোলাৰ সমস্যা বহু লোকৰেই আছে। কিডনিৰ সমস্যাৰ বাবেও ভৰি ফোলাৰ সমস্যা হয়। শৰীৰত ফ্লুইডৰ পৰিমান যদি বাঢ়ি যায় তেতিয়াই এই সমস্যাই দেখা দিয়ে। কেৱল কিডনিৰ সমস্যাতেই ভৰি ফুলি উঠে তেনে নহয়। হাৰ্টৰ সমস্যা থাকিলেও ভৰি ফোলাৰ সমস্যাই দেখা দিয়ে।

ভোক নলগা
কিডনিয়ে সঠিকৰূপত কাম নকৰিলে খোৱাবোৱাৰ প্ৰতি অনিহা আহে। ভৰি ফোলাৰ সমস্যা খাদ্য গ্ৰহণৰ খেলিমেলিৰ বাবেই হয়। কিডনিয়ে স্বাভাৱিকভাৱে কাম নকৰিলে শৰীৰত ‘টক্সিন’ৰ পৰিমান বাঢ়ি যায়। যাৰফলত খোৱাৰ ইচ্ছা কমি আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?
ক্ৰীড়া

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

June 2, 2026
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
জীৱনশৈলী

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

June 2, 2026
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

June 2, 2026
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?
জীৱনশৈলী

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

June 2, 2026
Next Post
৫০ বছৰত কন্যা সন্তানৰ পিতৃ হ’ল প্ৰভু দেৱা, কাম আৰু নহ’ব! দ্বিতীয় পত্নীক কাষতহে সময় কটাব খোজে প্ৰভুৱে…

৫০ বছৰত কন্যা সন্তানৰ পিতৃ হ’ল প্ৰভু দেৱা, কাম আৰু নহ’ব! দ্বিতীয় পত্নীক কাষতহে সময় কটাব খোজে প্ৰভুৱে...

মৃতদেহৰ কাষতেই বহি সুস্বাদু আহাৰ গ্ৰহণ! কবৰৰ কাষতেই একোখন আসন, ভাৰতৰ ক’ত আছে এনে ৰেষ্টুৰেণ্ট?

মৃতদেহৰ কাষতেই বহি সুস্বাদু আহাৰ গ্ৰহণ! কবৰৰ কাষতেই একোখন আসন, ভাৰতৰ ক’ত আছে এনে ৰেষ্টুৰেণ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.