• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি অনুষ্ঠিত হ’ব নেকি আই পি এলৰ ফাইনেল খেল? কি কয় বতৰ বিজ্ঞান সংস্থাৰ কাৰ্য্যালয়ে?

আজি অনুষ্ঠিত হ’ব নেকি আই পি এলৰ ফাইনেল খেল? কি কয় বতৰ বিজ্ঞান সংস্থাৰ কাৰ্য্যালয়ে?

3 years ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

16 minutes ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

33 minutes ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

56 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

1 hour ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

2 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

2 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

2 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

3 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

4 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

5 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

5 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি অনুষ্ঠিত হ’ব নেকি আই পি এলৰ ফাইনেল খেল? কি কয় বতৰ বিজ্ঞান সংস্থাৰ কাৰ্য্যালয়ে?

editor by editor
May 29, 2023
in ক্ৰীড়া
0
আজি অনুষ্ঠিত হ’ব নেকি আই পি এলৰ ফাইনেল খেল? কি কয় বতৰ বিজ্ঞান সংস্থাৰ কাৰ্য্যালয়ে?
0
SHARES
535
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ

ক্ৰীড়াঃ দেওবাৰে হঠাতে অহা বৰষুণৰ বাবে আই পি এলৰ ফাইনেল খেল অনুষ্ঠিত নহ’ল। বৰষুণৰ বাবে ফাইনেল খেলখন স্থগিত কৰা হৈছিল। গুজৰাট টাইটানছ বনাম চেন্নাই চুপাৰ কিংছৰ ফাইনেল খেলখন আজি অনুষ্ঠিত হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰা গৈছে। বতৰৰ কথা ভাবিয়েই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) আই পি এলৰ ফাইনেলৰ বাবে অতিৰিক্ত দিন নিৰ্ধাৰণ কৰি ৰাখিছিল।

এক পূৰ্বানুমান অনুসৰি, সোমবাৰৰ দিনটোতো বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই। ভাল খবৰটো এয়াই যে সন্ধিয়াৰ ভাগত ধাৰাসাৰ বৰষুণ অহাৰ কোনো সম্ভাৱনা নাই। কিনকিনীয়া বৰষুণ অহাৰহে সম্ভাৱনা আছে। তেনে পৰিপ্ৰেক্ষিতত খেলখন বাতিল হোৱাৰ সম্ভাৱনা তেনেকৈ নাই। অৱশ্যে, আহমেদাবাদত সোমবাৰে ৰাতিপুৱাৰ ভাগত এজাক মধ্যমীয়া বৰষুণ আহিছিল। বতৰ বিজ্ঞানীসকলে আশ্বাস দিছে যে দুপৰীয়াৰ ভাগত আকাশত ডাৱৰ নাথাকিব। পুৱা ৭ বজাত আহমেদাবাদৰ আকাশ ৭০ শতাংশ ডাৱৰে আৱৰি আছিল। আন এক অনুমান অনুসৰি, ফাইনেলৰ আৰম্ভণিৰ সময়ত অৰ্থাৎ সন্ধিয়া ৭.৩০ বজাত আকাশৰ ৫০ শতাংশ ডাৱৰে আৱৰি থাকিব পাৰে। কিন্তু, সেই ডাৱৰৰ পৰা বৰষুণ অহাৰ সম্ভাৱনা নাই। নিশাৰ ভাগলৈ আহমেদাবাদৰ আকাশত মেঘ নাথাকিব। বতৰ ফৰকাল হ’ব।

উল্লেখ্য যে, দেওবাৰে ক্ৰিকেট অনুৰাগীসকলৰ বহু প্ৰতীক্ষিত আই পি এল ফাইনেল চোৱাত বৰষুণে বিধি-পথালি দিয়াৰ সময়তে আজিৰ দিনটোত কিছু আশাৰ ৰেঙণি দেখিবলৈ পোৱা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী
ক্ৰীড়া

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

March 30, 2026
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?
ক্ৰীড়া

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

March 29, 2026
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?
ক্ৰীড়া

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

March 29, 2026
IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে
ক্ৰীড়া

IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

March 29, 2026
Next Post
পাচলি কেঁচাকৈ খায় নেকি? তেন্তে এতিয়াৰে পৰা নাখাব

পাচলি কেঁচাকৈ খায় নেকি? তেন্তে এতিয়াৰে পৰা নাখাব

ভালুকে চলালে কেকৰ দোকানত অভিযান! খালে ৬০ টা কাপকেক

ভালুকে চলালে কেকৰ দোকানত অভিযান! খালে ৬০ টা কাপকেক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.