• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ অকণমান সহায়ে জীয়াই থকাত সহায় কৰিব বাঁহীবাদক সঞ্জীৱ ৰাভাক

আপোনাৰ অকণমান সহায়ে জীয়াই থকাত সহায় কৰিব বাঁহীবাদক সঞ্জীৱ ৰাভাক

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আপোনাৰ অকণমান সহায়ে জীয়াই থকাত সহায় কৰিব বাঁহীবাদক সঞ্জীৱ ৰাভাক

editor by editor
March 13, 2023
in অসম, স্বাস্থ্য
0
আপোনাৰ অকণমান সহায়ে জীয়াই থকাত সহায় কৰিব বাঁহীবাদক সঞ্জীৱ ৰাভাক
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুৰ্ঘটনাত পতিত হৈ জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভাই চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে। বহু অনুষ্ঠানত বাদ্যসংগত কৰিছিল শিল্পীগৰাকীয়ে। অসমৰ জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভা দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সৈতে যুঁজিছে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। আৰ্থিক ভাৱে দুৰ্বল শিল্পীগৰাকীক সহায় কৰিবলৈ হাতত দান পাত্ৰলৈ একাংশ শিল্পী নামিল বকোৰ ৰাজপথত।

বিগত ৮ মাৰ্চৰ নিশা উত্তৰ গুৱাহাটীত সংগীতানুষ্ঠান সামৰি গৃহাভিমুখে যোৱাৰ সময়তে জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভা দুৰ্ঘটনাত পতিত হৈছিল। ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত হৈছিল এক ভয়াবহ দুৰ্ঘটনা। শিল্পী সঞ্জীৱৰ বাইকৰ সৈতে সংঘৰ্ষ হৈছিল এখন ট্ৰাকৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিল্পী সঞ্জীৱ ৰাভাক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰ হাস্পাতালত। মুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সঞ্জীৱ ৰাভা বৰ্তমান নেমকেয়াৰ ICUত চিকিৎসাধীন। আৰ্থিকভাৱে দুৰ্বল সঞ্জীৱৰ পৰিয়ালটোৱে এতিয়া সঞ্জীৱৰ উন্নত চিকিৎসা কৰিবলৈ অসমৰ্থ। সেয়ে সোমবাৰে বকোৰ এদল শিল্পীয়ে দান পাত্ৰ হাতে হাতে লৈ নামিল ৰাজপথত। সুধাকণ্ঠৰ গান গাই ৰাইজক শিল্পীগৰাকীক সহায় কৰিবলৈ আহ্বান জনাইল শিল্পীসকলে।

ইপিনে সামাজিক মাধ্যমতো বাদ্যসংগত কৰা শিল্পীগৰাকীক সহায় কৰিবলৈ আহ্বান জনাই মুকলি কৰিছে একাউণ্ট নম্বৰ৷ সঞ্জীৱ ৰাভাৰ Gpay No-8638938724 লগতে আৰু এটা নম্বৰ ALLAHABAD BANK AC NO 50403201313, IFSC-ALLA0211662.

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা
জীৱনশৈলী

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
Next Post
প্রথম নীলা ছবি চাইছিল ৩ বছৰ বয়সতেই! কিশোৰৰ উত্তৰত হতবাক সমীক্ষক সংস্থা

প্রথম নীলা ছবি চাইছিল ৩ বছৰ বয়সতেই! কিশোৰৰ উত্তৰত হতবাক সমীক্ষক সংস্থা

‘দ্যা কাশ্মীৰ ফাইলছ’ য়ে বাট দেখুওৱাৰ বাবেহে RRR-ৰ ‘নাটু নাটু’য়ে আঁজুৰিলে অস্কাৰঃ বিবেক অগ্নিহোত্ৰী

'দ্যা কাশ্মীৰ ফাইলছ' য়ে বাট দেখুওৱাৰ বাবেহে RRR-ৰ ‘নাটু নাটু’য়ে আঁজুৰিলে অস্কাৰঃ বিবেক অগ্নিহোত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.