• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে ধুমকেতু

আহি আছে ধুমকেতু

6 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আহি আছে ধুমকেতু

মঙলবাৰৰ পৰা ২০ দিন উজলি থাকিব আকাশত

editor by editor
July 13, 2020
in বিজ্ঞান
0
আহি আছে ধুমকেতু
15
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ধুমকেতু ‘নিয়োৱাইজ’ৰ গতিপথ

অসম লাইভ ২৪ঃ মঙলবাৰে সূর্যাস্তৰ পাছত আকাশলৈ মূৰ তুলি চালে দেখা পাব এক উজ্জ্বল তৰা। পৃথিৱীৰ নিচেই কাষলৈ আহিব এটা ধুমকেতু। মঙলবাৰৰ পৰা খালী চকুৰে ভাৰতৰ আকাশত দেখা পোৱা যাব এই ধুমকেতু। ‘নিয়োৱাইজ’ নামৰ ধুমকেতুটো ২০ দিন উজলি থাকিব ভাৰতৰ আকাশত। সূর্যাস্তৰ ২০ মিনিট পাছতে খালী চকুৰে দেখা যাব এই ধুমকেতু। ২২ জুলাইত পৃথিৱীৰ নিচেই কাষ চাপি আহিব ‘নিয়োৱাইজ’। পৃথিৱীৰ পৰা ১০.৩ কোটি কিলোমিটাৰ দূৰত অৱস্থান কৰিব ধুমকেতুটোৱে। উল্লেখ‍্য ১৯৯৭ চনত শেষবাৰৰ বাবে খালী চকুৰে এটা ধুমকেতু দেখা পোৱা গৈছিল। ‘নিয়োৱাইজ’ক ২৫ৰ পৰা ৩০ মিনিট পর্যন্ত আকাশত দেখা পোৱা যাব। ৩০ জুলাইৰ পাছত ইয়াত খালী চকুৰে পোৱা নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cometneowise
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?
জীৱনশৈলী

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

January 27, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
জীৱনশৈলী

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

December 17, 2025
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…
বিজ্ঞান

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

December 16, 2025
Next Post
বৰপেটাৰ গৌৰাংগলাল দাসক টাইৱানৰ কটকী নিযুক্তি

বৰপেটাৰ গৌৰাংগলাল দাসক টাইৱানৰ কটকী নিযুক্তি

হাস্পতালত কেনে আছে অমিতাভ বচ্চন?

হাস্পতালত কেনে আছে অমিতাভ বচ্চন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.