আৰ্মী কেণ্টিনত বিদেশী সামগ্ৰী বাই বাই। বিদেশীৰ পৰিৱৰ্তে বিক্ৰী হ’ব কেৱল দেশী সামগ্ৰী। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অধীনত কেন্দ্ৰৰ প্ৰস্তুতি। পিছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিদেশী প্ৰত্যক্ষ বিনিয়োগ কিয়?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ