বাঘজানৰ জুই নুমুৱাবলৈ এইবাৰ কানাডাৰ যন্ত্ৰ। আহি আছে কানাডাৰ স্নাবিং টেকনিক ইউনিট। বাঘজানৰ bgr-5ত স্থাপন হ’ব স্নাবিং যন্ত্ৰটো।