• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইচ্ছা থাকিলে সকলো সম্ভৱ; জানক এইহাল দম্পতীৰ বিষয়ে…

ইচ্ছা থাকিলে সকলো সম্ভৱ; জানক এইহাল দম্পতীৰ বিষয়ে…

3 years ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

1 minute ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

51 minutes ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

3 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

4 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

5 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

6 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

14 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

15 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ইচ্ছা থাকিলে সকলো সম্ভৱ; জানক এইহাল দম্পতীৰ বিষয়ে…

editor by editor
May 29, 2023
in স্বাস্থ্য
0
ইচ্ছা থাকিলে সকলো সম্ভৱ; জানক এইহাল দম্পতীৰ বিষয়ে…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ

স্বাস্থ্যঃ লেক্সি আৰু ডেনি ৰীড এহাল এনেকুৱা দম্পতী যিয়ে কেবা বছৰ ধৰি এক অস্বাস্থ্যকৰ জীৱনশৈলী যাপন কৰি আহিছিল আৰু যাৰ ফলত তেওঁলোকৰ ওজন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। লগতে তেওঁলোকৰ স্বাস্থ্যৰ বেয়াকৈ অৱনতি ঘটিছিল আৰু ইয়াৰ ফলত বিভিন্ন ৰোগৰো সন্মুখীন হৈছিল।

দম্পতীহালে পিছত উপলব্ধি কৰিছিল যে তেওঁলোকৰ জীৱনশৈলী এতিয়া কিছু পৰিৱৰ্তন কৰাৰ সময়। সেয়েহে ৰীড দম্পতীয়ে ইয়াৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছিল। যেনেকেই নহওঁক নিজকে স্বাস্থ্যবান বনাবলৈ সংকল্পবদ্ধ হৈছিল। যাত্ৰা সহজ নাছিল; ইয়াৰ বাবে তেওঁলোকৰ নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ যথেষ্ট প্ৰয়োজন আছিল। তাৰ পিছতে ৪০০ পাউণ্ড কমাই দম্পতীহালে লাভ কৰে অবিশ্বাস্য ৰূপান্তৰ।

উল্লেখ্য যে, লেক্সি আৰু ডেনি এহাল আমেৰিকান দম্পতী। তেওঁলোকে নিজৰ জীৱনশৈলী যথেষ্ট অস্বাস্থ্যকৰ অভ্যাসৰে পৰিপূৰ্ণ কৰি ৰাখিছিল। দুয়োজনে টিভি উপভোগ কৰি ভাল পায়, লগতে তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্যৰ সোৱাদ ল’বৰ বাবে ৰেষ্টুৰেণ্টলৈ গৈও ভাল পায়। বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত লেক্সিৰ আহাৰ গ্ৰহণ প্ৰণালী আৰু অধিক বেয়ালৈ গতি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
শৰীৰৰ ষ্টেমিনা কিয় কমে?
জীৱনশৈলী

শৰীৰৰ ষ্টেমিনা কিয় কমে?

July 15, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক
জীৱনশৈলী

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

July 12, 2026
Next Post
বিয়া পাতি হাঁহি নৰখা হ’ল দৰাৰ! কাৰণ জানিলে আচৰিত হ’ব…

বিয়া পাতি হাঁহি নৰখা হ'ল দৰাৰ! কাৰণ জানিলে আচৰিত হ'ব...

ফাইনেলৰ প্ৰাকক্ষণ; বৰষুণ দিলে কোন হ’ব চেম্পিয়ন?

ফাইনেলৰ প্ৰাকক্ষণ; বৰষুণ দিলে কোন হ'ব চেম্পিয়ন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.