• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে, কিন্তু এই ৫ মহাপাপ কি কি?

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে, কিন্তু এই ৫ মহাপাপ কি কি?

3 years ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

27 minutes ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

2 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

2 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

4 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

4 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

5 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

6 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

6 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

7 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে, কিন্তু এই ৫ মহাপাপ কি কি?

editor by editor
July 5, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে, কিন্তু এই ৫ মহাপাপ কি কি?
0
SHARES
22.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সনাতন ধৰ্মত মৃত্যুৰ পাছত স্বৰ্গ আৰু নৰকৰ অস্তিত্বৰ কথা কোৱা হয়। প্ৰত্যেক মানুহেই জীৱনকালতেই হওক বা মৃত্যুৰ পাছতেই হওক নিজৰ কৰ্মফল ভোগ কৰে। জীৱনকালত ভাল কাম কৰিলে মৃত্যুৰ পাছত স্বৰ্গসুখ লাভ কৰে, আৰু জীৱন কালত বেয়া কাম কৰিলে মৃত্যুৰ পাছত নৰকলৈ যায় বুলি বিশ্বাস। বাচি থাকোতে এজন মানুহে কি কি পূণ্য বা পাপ কৰিলে পাছত নৰকলৈ যায়?

শিৱ পুৰাণ, স্কন্দ পুৰাণ আৰু কূৰ্ম পুৰাণত ৫টা মহাপাপৰ কথা উল্লেখ আছে। জীৱনকালত সেই ৫টা পাপ কৰিলে নৰকত চৰম শাস্তি ভোগ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। কিন্তু এই ৫মহাপাপ কি কি?

ভ্ৰূণহত্যা
মাতৃগৰ্ভত ভ্ৰূণহত্যা কৰা মহাপাপ বুলি হিন্দু শাস্ত্ৰই কয়। সেয়ে ভুলবশতো সেই কাম কৰিব নালাগে। এই পাপৰ শাস্তি অতি ভয়ানক হয়। কেৱল মৃত্যুৰ পাছতেই নৰকলৈ যায় তেনে নহয়, ভ্ৰূণহত্যাৰ শাস্তি হিচাপে জীৱনকালতেই যন্ত্ৰণা ভোগ কৰিব লগা হ’ব পাৰে।

অপৰিচিত ব্যক্তিৰ সৈতে সহবাস
শাস্ত্ৰই কয় যে অপৰিচিত কোনো ব্যক্তিৰ সৈতে সহবাস কৰাটো মহাপাপ। এই কাম যিসকলে কৰে তেওঁলোকে মৃত্যুৰ পাছত নিশ্চিতভাৱে নৰক যন্ত্ৰণা ভোগ কৰে। শাস্ত্ৰ অনুসৰি শৰীৰৰ টানত বা অন্য কোনো প্ৰলোভনত কোনো অপৰিচিক পুৰুষ বা নাৰীৰ সৈতে সহবাস কৰাটো অনুচিত।

সোন চুৰ কৰা
শাস্ত্ৰ অনুসৰি কাৰোৰে সোন চুৰি কৰাটো মহাপাপ। কাৰণ সোনক লক্ষ্মী হিচাপে ধৰা হয়। এই পাপৰ চৰম শাস্তি অৱশ্যেই নৰকত পায়েই।

ঘৰ ভঙা
কাৰোবাৰ ঘৰ ভঙা অত্যন্ত গৰ্হিত কাম। মৃত্যুৰ পাছত এই পাপৰ শাস্তি সকলোৱে ভোগ কৰে। ইচ্ছা কৰি কাৰোবাৰ ঘৰত কাজিয়া লগোৱা অনুচিত। কাৰোবাৰ ঘৰত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাটো মহাপাপ। কাৰোবাৰ সংসাৰ নষ্ট কৰি দিলে মৃত্যুৰ পাছত নিজৰ কৰ্মফল হিচাপে নৰক যন্ত্ৰণা লাভ কৰিব।

প্ৰতাৰণা
কেতিয়াও ভুলতেও কাকো প্ৰতাৰণা কৰিব নালাগে। আপোনাক বিশ্বাস কৰা কোনো লোকক আপুনি প্ৰতাৰণা কৰিলে তাৰ শাস্তি ভোগ কৰিবই। অৰ্থ, সম্পত্তি বা অন্য কোনো কাৰণত কেতিয়াও কাকো প্ৰতাৰণা কৰা উচিত নহয়। নৰকত এই পাপৰ শাস্তি অতি ভয়ানক বুলি পুৰাণত উল্লেখ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
Next Post
বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চৰ্চা, জনতাৰ প্ৰশ্ন এইবাৰ বুলডোজাৰ চলিবনে অভিযুক্ত প্ৰৱেশৰ গৃহত?

বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চৰ্চা, জনতাৰ প্ৰশ্ন এইবাৰ বুলডোজাৰ চলিবনে অভিযুক্ত প্ৰৱেশৰ গৃহত?

ৰাস্তাত বাহন লৈ ওলোৱাৰ পূৰ্বে পঢ়ক! অন্যথা ২৫০০০ ফাইন ভৰিব পাৰে আপুনিও

ৰাস্তাত বাহন লৈ ওলোৱাৰ পূৰ্বে পঢ়ক! অন্যথা ২৫০০০ ফাইন ভৰিব পাৰে আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.