• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

7 months ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

17 minutes ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

51 minutes ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

1 hour ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

2 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

2 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

3 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

3 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

4 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

19 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

19 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

19 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

editor by editor
April 10, 2026
in জীৱনশৈলী
0
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ শাস্ত্ৰত চন্দ্ৰক মন, আবেগ আৰু মাতৃত্বৰ কাৰক গ্ৰহ হিচাপে গণ্য কৰা হয়৷ চন্দ্ৰৰ নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ সৌৰজগতত সকলোতকৈ দ্ৰুত নিজৰ স্থান পৰিবৰ্তন কৰে চন্দ্ৰই৷ কেতিয়াবা কেতিয়াবা এক ডেৰ দিনৰ ভিতৰত নিজৰ স্থান সলনি কৰে৷ যিয়ে অলপ সময়ৰ বাবে হ’লেও কিছু ৰাশিৰ জাতকৰ জীৱনত হঠাৎ শুভ পৰিবৰ্তন ঘটিব পাৰে৷ শুকুৰবাৰে ১০ এপ্ৰিলত ঘটিছে তেনে এক ঘটনা৷ পুৱা ১১ বাজি ২৭ মিনিটত চন্দ্ৰই সূৰ্যৰ উত্তৰ আষাঢ় নক্ষত্ৰত প্ৰৱেশ কৰিছে৷এ ই নক্ষত্ৰত চন্দ্ৰ কাইলৈ ১১ এপ্ৰিল অৰ্থাৎ শনিবাৰৰ দুপৰীয়া ১ বাজি ৩৯ মিনিট পৰ্যন্ত থাকিব৷ এই সময়ত ইতিবাচক প্ৰভাৱ পৰিব ৪ৰাশিৰ জীৱনত৷ এই ২৬ ঘণ্টাৰ ভিতৰত জীৱনত অৰ্থলাভ আৰু সাফল্যৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

কৰ্কট ৰাশি

চন্দ্ৰৰ এই নক্ষত্ৰ গোচৰে কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ আৰ্থিক দিশৰ পৰা শক্তিশালী হৈ উঠিব৷ নতুন আয়ৰ উৎস তৈয়াৰ হব৷ যিয়ে ভৱিষ্যতলৈ স্থিতিশীলতা আনি দিব৷ কৰ্মক্ষেত্ৰত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসা পাব পাৰে৷ ব্যক্তিগত জীৱনত জীৱনসংগীৰ পূৰ্ণ সমৰ্থন পাব৷ যিয়ে মানসিক শান্তি আনি দিব৷ বিনিয়োগৰ পৰা ভাল লাভৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে চন্দ্ৰৰ সূৰ্যৰ অধীনত নক্ষত্ৰত প্ৰৱেশ বিশেষভাৱে লাভজনক হব পাৰে৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ তৈয়াৰ হব আৰু কেৰিয়াৰত একাধিক ভাল সুযোগ সন্মুখলৈ আহিব৷ যিসকলে চাকৰি পৰিবৰ্তনৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় অনুকূল হব৷ প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু বুজাপৰা বাঢ়িব৷ মন শান্ত থাকিব আৰু পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত শুভ৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন কৰিব পাৰিব৷ ব্যৱসায়ত উল্লেখযোগ্য উন্নতিৰ সুযোগ আছে৷ আৰ্থিক অৱস্থা পূৰ্বতকৈ বহুপৰিমাণে ভাল হব৷ চাকৰিয়ালৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে৷ পৰিয়ালত সুখ শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ অৰ্থ আৰু কেৰিয়াৰ সংক্ৰান্তিয় বৃহৎ সিদ্ধান্ত লোৱাৰ বাবে এই সময় উপযুক্ত৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে চন্দ্ৰৰ এই নক্ষত্ৰ গোচৰে ইতিবাচক ফল আনিব পাৰে৷ কামৰ পথত যি বাধা আছিল সেয়া দূৰ হব৷ খৰচ নিয়ন্ত্ৰণত ৰাখিব পাৰিব আৰু আৰ্থিক পৰিকল্পনা আৰু শক্তিশালী হব৷ ডাঙৰ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷ এই সময়ত নতুন সুযোগ আৰু সাফল্য লাভৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 28, 2026
Next Post
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.