এখন ভৰিৰেই চাইকেল চলোৱা এজন যুৱক। গুৱাহাটীৰ পৰা নাজিৰালৈ এখন ভৰিৰেই চলালে চাইকেল। ২০০০ কিলোমিটাৰ এখন ভৰিৰেই চাইকেল চলাইছে বিশেষভাৱে সক্ষম ৰাকেশে।