অসম লাইভ ২৪ঃ ১৭ ছেপ্টেম্বৰত মহালয়া লগতে বিশ্বকৰ্মা পূজা। কাছাৰ উপায়ুক্তই দিলে নিৰ্দেশনা। ৩ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব মহালয়াত। আনহাতে বিশ্বকৰ্মা পূজাত সমাগম হ’ব পাৰিব ১৫ জন। পেণ্ডেল, লাইটিং, সাজ-সজ্জা কৰিব নোৱাৰিব বিশ্বকৰ্মা পূজাত। কেৱল পেকেটতহে দিব পাৰিব পূজাৰ প্ৰসাদ। মহামাৰী ক’ৰোনাক লৈ জিলা উপায়ুক্তৰ এই পদক্ষেপ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ