• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

10 months ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

11 minutes ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

48 minutes ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

2 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

4 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

13 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

13 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

14 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

15 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

editor by editor
December 22, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

বছৰৰ শেষৰটো মাহতো অসমৰ সাংস্কৃতিক জগতৰ পৰা আহিল আন এক দুসংবাদ। ৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান।

ককাদেউতা, নাতি আৰু হাতি, মণিৰাম দেৱান, মৰম তৃষ্ণা , লটি-ঘটি, প্ৰতিধ্বনি, ৰতনলাল, সোণমা
ইত্যাদি জনপ্রিয় অসমীয়া বোলছবিৰ অভিনেত্রী আছিল ৰঞ্জনা শৰ্মা বৰদলৈ।

অসমীয়া ছোৱালীয়ে অভিনয় কৰিবলৈ কুন্ঠাবোধ কৰা সময়তে ৰঞ্জনা শৰ্মা বৰদলৈয়ে ৰক্ষণশীল সমাজৰ বান্ধোনৰ পৰা ওলাই আহি অসমীয়া ছবি জগতত নিজৰ প্ৰতিভাৰে সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

ভাৰত নাট্যম ইত্যাদি নৃত্য কলাৰেও নিজৰ পৰিচয় ৰাজ্যৰ সাংস্কৃতিক জগতত চিনাকি কৰিছিল ৰঞ্জনা শৰ্মা বৰদলৈয়ে।

ডিব্ৰুগড়ৰ জে জে এম নামৰ ব্যক্তিগত চিকিৎসালয়ত ৮০ বছৰ বয়সত আজি সন্ধ্যা ৭:৩০ বজাত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam Film IndustryVeteran Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব

জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.