• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কামাখ্যা দেৱালয়ত দুর্গা পূজা কোন দিনা কিমান সময়ত হ’ব ?

কামাখ্যা দেৱালয়ত দুর্গা পূজা কোন দিনা কিমান সময়ত হ’ব ?

4 years ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

20 minutes ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 hour ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

2 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

2 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

3 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

4 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

21 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

22 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

23 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

23 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

24 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কামাখ্যা দেৱালয়ত দুর্গা পূজা কোন দিনা কিমান সময়ত হ’ব ?

editor by editor
October 2, 2021
in অসম
0
কামাখ্যা দেৱালয়ত দুর্গা পূজা কোন দিনা কিমান সময়ত হ’ব ?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কামাখ্যা দেৱালয়ত দুর্গা পূজা কোন দিনা কিমান সময়ত হ’ব ?

অসম লাইভ ২৪ঃ কামাখ্যা দেৱালয়ৰ দুর্গাপূজাৰ সূচী ঘোষণা। দুর্গা পূজা উপলক্ষে দেৱালয়ৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ নির্দিষ্ট সময় নির্ধাৰণ কৰা হৈছে। ১০ অক্টোবৰত চতুর্থী আৰু পঞ্চমী পূজাৰ বাবে পুৱা ১০.৩০ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব আৰু সূর্যাস্তৰ পাছত বন্ধ হ’ব। ১১ অক্টোবৰৰ ষষ্ঠীত পুৱা ৯ বজাৰ পৰা মন্দিৰৰ দুৱাৰ খোলা হ’ব আৰু দুপৰীয়া ১ বজাত ভোগ বিতৰণ কৰা হ’ব। সূর্যাস্তৰ পাছত বন্ধ হ’ব দেৱালয়। ১২ অক্টোবৰৰ সপ্তমী পূজা পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব আৰু সূর্যাস্তৰ লগে লগে শেষ হ’ব। ১৩ অক্টোবৰৰ অষ্টমী পূজা পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু বিয়লি ৩ বজাত দর্শনার্থীৰ অপেক্ষাগৃহ বন্ধ কৰা হ’ব। ১৪ অক্টোবৰত নৱমী পূজা পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈ সূর্যাস্তত শেষ হ’ব। ১৫ অক্টোবৰত দশমী পূজা পুৱা ৯ বজাত আৰম্ভ হ’ব। দুপৰীয়া ১ বজাত হ’ব ভোগ নিবেদন। কামাখ্যা দেৱালয়ৰ দলৈ সমাজে বিবৃতিযোগে ৰাজহুৱা কৰিছে এই সময়সূচী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: durga pujadurga puja 2021kamakhyakamakhya temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
আজি জাতিৰ পিতাৰ ১৫২ সংখ্যক জন্মজয়ন্তী

আজি জাতিৰ পিতাৰ ১৫২ সংখ্যক জন্মজয়ন্তী

অপেক্ষাৰ অন্ত পৰিল

অপেক্ষাৰ অন্ত পৰিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.