• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কাৰণত ভাঙি গৈছিল আমিৰ খানৰ সংসাৰ?

কি কাৰণত ভাঙি গৈছিল আমিৰ খানৰ সংসাৰ?

5 years ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

9 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

40 minutes ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

1 hour ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

1 hour ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

2 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

3 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

4 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

5 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

6 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

6 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

7 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কি কাৰণত ভাঙি গৈছিল আমিৰ খানৰ সংসাৰ?

editor by editor
January 15, 2021
in চিনেমা, বিনোদন, ভাৰত
0
কি কাৰণত ভাঙি গৈছিল আমিৰ খানৰ সংসাৰ?
0
SHARES
64.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মিষ্টাৰ পাৰফেকছনিষ্ট আমিৰ খান। এই কথা সকলো ছবিপ্ৰেমীয়ে স্বীকাৰ কৰে। যি ছবিত যি চৰিত্ৰ ৰূপায়ন কৰিব সেইমতেই নিজকে তৈয়াৰ কৰি লয় আমিৰ খানে। আৰু সেইবাবেই বলীউডত তেওঁ মিষ্টাৰ পাৰফেকছনিষ্ট। অতি মাৰ্জিত আৰু এক সুন্দৰ ব্যক্তিত্বৰ অভিনেতা তেওঁ। সফলতাৰ ৰঙাদলিচাত তেওঁ খোজ দিছিল অভিনয়ৰ জৰিয়তে। কিন্তু এইজন মিষ্টাৰ পাৰফেকছনিষ্ট ব্যৰ্থ হয় সাংসাৰিক জীৱনত। তেওঁ ঘৰ এৰিছিল প্ৰেমিকাৰ বাবে। অথচ সেই ভালপোৱাক তেওঁ ধৰি ৰাখিব নোৱাৰিলে। এক সুখৰ সংসাৰ আৰম্ভ কৰিছিল প্ৰেমিকা ৰীনা দত্তৰ সৈতে। আমিৰ খানৰ ঠিক ঘৰৰ কাষৰ ঘৰখন আছিল ৰীনা দত্তৰ। শৈশৱৰ পৰাই একেলগে ডাঙৰ হৈছিল ৰীনা আৰু আমিৰ। যৌৱনত ভৰি থৈ দুয়ো প্ৰেমত উন্মাদ হৈছিল। পৰিয়ালৰ বিপক্ষে গৈ ঘৰৰ পৰা পলাই গৈ বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। মূলত ভিন্ন ধৰ্মৰ হোৱাৰ বাবেই পৰিয়ালৰ লোকে আপত্তি কৰিছিল তেওঁলোকৰ বিবাহত। অৱশ্যে বিয়াৰ পিছত দুয়ো পৰিয়ালৰ মাজত মিলা-মিচা হৈছিল। দুটি সন্তান জুনাইদ আৰু ইৰা জন্ম হৈছিল। আমিৰ খানেও কেৰিয়াৰত উন্নতি কৰিছিল পত্নীৰ ভালপোৱাৰ বাবে। ১৯৮৬ৰ ১৮ এপ্ৰিলত ৰীনাৰ আমিৰৰ সৈতে বিয়া হৈছিল। কিন্তু ২০০২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ৫০ কোটি টকাৰ বিনিময়ত বিবাহ বিচ্ছেদ হয়। সেই সময়ত বলীউডৰ অন্যতম দামী বিবাহ বিচ্ছেদ আছিল এইটো। কিন্তু কিয় বিবাহ বিচ্ছেদ হৈছিল দুয়োৰে। জনা গৈছিল অভিনেত্ৰী প্ৰীতি জিণ্টাৰ সৈতে আমিৰৰ সম্পৰ্কক লৈ মিডিয়াত ব্যাপক চৰ্চা হৈছিল। ৰীনা-আমিৰৰ সম্পৰ্কত জটিলতা আহিছিল যদিও দুয়োৱে আলোচনা কৰি সমাধান কৰিছিল। পৰৱৰ্তী সময়ত ‘লগন’ চিনেমাৰ শ্বুটিঙৰ সময়ত কিৰণ ৰাওৰ সৈতে আমিৰ খানৰ পৰিচয় হয়। কিৰণ ৰাও আছিল সেই ছবিৰ সহকাৰী পৰিচালক। কিৰণৰ সৈতে আমিৰৰ খুউব ভাল বন্ধুত্ব আছিল। তাৰ পাছতে বিভিন্ন বিষয়ক লৈ ৰীনাৰ সৈতে আমিৰৰ দাম্পত্যৰ সংঘাত বাঢ়ি যায়। কিৰণৰ সৈতে ঘনিষ্ঠতা পচন্দ নকৰে ৰীনাই। অৱশেষত ২০০২ চনত দুয়োজনেই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয়। বিবাহ বিচ্ছেদৰ ২ বছৰৰ পাছত ২০০৫ চনত কিৰণ ৰাওক বিবাহ কৰায় আমিৰ খানে। কিন্তু প্ৰাক্তন পত্নী ৰীনাক আজিও আমিৰ খানে তেওঁৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান দি আহিছে। কিৰণৰ সৈতে ৰীনাৰ সম্পৰ্কৰ সমীকৰণ আছিল একেদৰে পৃথক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live 24assam live 24axom live 24reena dutta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা
জীৱনশৈলী

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

May 19, 2026
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?
জীৱনশৈলী

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

May 19, 2026
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা
অপৰাধ

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

May 19, 2026
Next Post
BBC-এ নির্মাণ কৰিলে জীয়া খানৰ আত্মহত্যাক লৈ ছবি

BBC-এ নির্মাণ কৰিলে জীয়া খানৰ আত্মহত্যাক লৈ ছবি

ৰাম মন্দিৰলৈ ৰাষ্ট্ৰপতিৰ ৫ লাখ টকা চান্দা

ৰাম মন্দিৰলৈ ৰাষ্ট্ৰপতিৰ ৫ লাখ টকা চান্দা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.