• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

4 weeks ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

59 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

ভাৰতৰ নিকিতা পোৰৱালে কিমানলৈ গৈছিল?

editor by editor
September 6, 2026
in বিনোদন, বিবিধ, লেখা
0
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Miss World 2026 Winner: ৫ ছেপ্টেম্বৰত ভিয়েটনামৰ ন্হা ট্ৰাঙত অনুষ্ঠিত হোৱা ৭৩ সংখ্যক মিছ ৱৰ্ল্ড গ্ৰেণ্ড ফাইনেলৰ ফলাফল ঘোষণা। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১১০ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি খিতাপ দখল কৰে জোহেৰী মোলাই।

ভাৰতৰ প্ৰতিযোগী নিকিতা পোৰৱালে শীৰ্ষ ৪০ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত স্থান দখল কৰে। স্পেইনৰ এলিজাবেথ ৰেইনছ আলাবুৰানক প্ৰথম ৰানাৰ্ছ আপৰ মুকুট পিন্ধোৱাৰ বিপৰীতে মালয়েছিয়াৰ তানুছিয়াক দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে নিৰ্বাচিত কৰা হয়। খিতাপ লাভ কৰে জোহেৰী মোলাৰ হাতত।

মিছ ৱৰ্ল্ড ২০২৬ জোহেৰী মোল্লা কোন?

জোহেৰী মোল্লা কেৱল এগৰাকী মডেল নহয়, তেওঁ এগৰাকী শিক্ষাবিদ, সম্প্ৰদায়ৰ সমৰ্থক, আৰু যোগাযোগকাৰীও। মিছ ৱৰ্ল্ডৰ অফিচিয়েল ৱেবছাইট অনুসৰি তেওঁ বিজনেছ মেনেজমেণ্ট আৰু এডমিনিষ্ট্ৰেচন বিষয়ত অধ্যয়ন কৰিছিল। জোহেৰী মোল্লা হৈছে অসুবিধাজনক আৰু দুৰ্বল সম্প্ৰদায়ৰ শিশু আৰু যুৱক-যুৱতীসকলক ইংৰাজী শিক্ষা প্ৰদানৰ কাম কৰা ভইচ অৱ টুম’ৰ’ৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী। তাই নিজেও ল’ৰা-ছোৱালীক পঢ়ে। ইংৰাজী ভাষাত সাহিত্য আৰু সমাজ বিজ্ঞান শিকায়, আৰু শিশুৰ চিন্তা দক্ষতা আৰু ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

জোহেৰী মোল্লাই সংবাদ মাধ্যমত কাম কৰিছিল

ইউনিভিজন নিউয়ৰ্কৰ ভেণ্টানা এ কুইস্কেয়াৰ সংবাদদাতা হিচাপে কাম কৰিছিল। এই সময়ছোৱাত তেওঁ ডমিনিকান সংস্কৃতি, সামাজিক বিষয় আৰু সম্প্ৰদায়ৰ সৈতে জড়িত অসংখ্য কাহিনী জনসাধাৰণৰ মাজলৈ লৈ আহিছিল।

ইয়াৰ উপৰিও তেওঁ এগৰাকী পেছাদাৰী মডেল আৰু গ’য়া গিভছৰ এম্বেছাদৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। শিক্ষা, সংবাদ মাধ্যম, আৰু সামাজিক কামৰ জৰিয়তে জোহেৰীয়ে মানুহৰ সৈতে সংযোগ স্থাপন, সহানুভূতি গঢ়ি তোলা আৰু আনক লাভৱান হোৱাৰ সুযোগ প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ'ব আচৰিত

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ'ব মালামাল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.