চৰকাৰ বিৰোধী স্থিতি ল’লে দেশে দেশে এতিয়া ভয়ংকৰ বিপদ। খিলঞ্জীয়াৰ হকে মাত মাতি এইবাৰ ফাঁচিকাঠত ওলমিল এগৰাকী আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধা।