অসম লাইভ২৪ঃ
গান্ধাৰীক ধৃতৰাষ্ট্ৰই বিয়া পতাটোও লাভ জেহাদ আছিল
গান্ধাৰীয়ে সেইবাবে গোটেই জীৱন ধৃতৰাষ্ট্রৰ মুখ নাচালে
চকুত ক’লা কাপোৰ বান্ধি গান্ধাৰীয়ে পাৰ কৰিছিল জীৱন
লাভ জেহাদ মুখ্যমন্ত্ৰীয়ে নতুনকৈ আবিষ্কাৰ কৰা নাই
মহাভাৰতৰ দিনৰ পৰাই লাভ জেহাদ আছিল
কৃষ্ণইয়ো নাম সলাই ৰুক্মিণীক বিয়া পাতিছিল
লাভ জেহাদক লৈ বিশেষ মন্তব্য কংগ্ৰেছ নেতা ভূপেন বৰাৰ
মুখ্যমন্ত্ৰী গোলাঘাটলৈ যাব পাৰে জোনমনিৰ ঘৰলৈ কিয় যাব নোৱাৰে বুলিও প্ৰশ্ন
ছিণ্ডিকেটৰ প্ৰসংগ তল পেলাবলৈকে লাভ জেহাদ আনিছে বুলিও মন্তব্য বৰাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ