অসম লাইভ২৪ঃ
অসম চৰকাৰে নিষিদ্ধ কৰিলে বহিঃৰাজ্যৰ পৰা অহা গাহৰি
বহিঃৰাজ্যৰ পৰা অহা কুকুৰাও নিষিদ্ধ কৰিলে ৰাজ্য চৰকাৰে
এভিয়ান ইনফ্লুয়েঞ্জা বৃদ্ধি পাইছে দেশৰ অন্য প্ৰান্তত
ইয়াৰ বাবেই নিষিদ্ধ কৰা হৈছে বহিঃৰাজ্যৰ পৰা অহা কুকুৰা
আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈছে বহিঃৰাজ্যৰ গাহৰি
সেইবাবেই বহিঃৰাজ্যৰ গাহৰিও নিষিদ্ধ কৰিলে হিমন্ত চৰকাৰে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















