অসম লাইভ২৪ঃ মহানগৰীত বন্ধ হ’ব ১২০ খন ব্যক্তিগত চিটিবাছৰ চলাচল।
যান জট ৰোধ কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে লৈছে এই সিদ্ধান্ত।
মহানগৰীৰ ৰাজপথত আজিৰে পৰা চলাচল বন্ধি কৰিলে ১০৯ খন ব্যক্তিগত খণ্ডৰ চিটি বাছৰ।
খানাপাৰা খেলপথাৰত ৰখাই দিয়া গৈছে ১০৯ খন চিটি বাছ।
যান জঁট ৰোধ কৰাৰ নামত হাৰাশাস্তি চালক হেণ্ডিমেন মালিক।
মহানগৰত মুঠ ৪৯৬খন ব্যক্তিগত চিটি বাছ আছে।
চৰকাৰী বাহন বন্ধ নকৰি ব্যক্তিগত বাহন বন্ধ কৰাত ক্ষোভ উজাৰিছে ব্যক্তিগত খণ্ডৰ মালিকপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ