• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 months ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

17 minutes ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

2 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

2 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

2 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

3 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

3 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

4 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

5 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

6 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

7 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

8 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

editor by editor
April 9, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আচাৰ্য চাণক্য নীতিয়ে জীৱনৰ প্ৰতিটো দিশতে পথ প্ৰদৰ্শন কৰে। বৈবাহিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় আৰু জীৱন সংগী বাছনিৰ বাবে চাণক্যই বহু গুৰুত্বপূৰ্ণ কথা কৈছে। পত্নীৰ চৰিত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। আপোনাৰ লগত সুখী জীৱন যাপন কৰিব পাৰে এজন সৎ ব্যক্তিয়েহে।

যদি কোনো ব্যক্তিয়ে আচাৰ্য চাণক্যৰ নীতি আৰু তেওঁৰ জীৱনত দিয়া শিক্ষা গ্ৰহণ কৰে, তেন্তে তেওঁ নিশ্চিতভাৱে সফলতা লাভ কৰিব। বন্ধুত্ব, চাকৰি বা বিবাহ জীৱনৰ লগত জড়িত সমস্যা থাকিলে চাণক্যৰ কিছু কথা মানি চলিব লাগে। ইয়াৰ লগে লগে সকলো সমস্যা আৰু দুখ-কষ্ট নাইকিয়া হৈ যায়। যদি আপুনি নিজৰ বাবে এজন ভাল জীৱন সংগী বিচাৰিছে, আপোনাৰ সকলো সুখ-দুখত আপোনাৰ লগত থাকিব পৰা পত্নী বিচাৰিছে, তেন্তে নিশ্চয় আচাৰ্য চাণক্যই উল্লেখ কৰা ধৰণে তেওঁৰ মাজত এই গুণসমূহ বিচাৰিব।

উন্নতিৰ শিখৰলৈ যাব- আচাৰ্য চাণক্যৰ মতে শান্ত আৰু ধৈৰ্য্যশীল নাৰীক লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। তেওঁৰ মতে এনে মহিলাই ঘৰখনলৈ শান্তি আনে। লগতে যিজনৰ লগত সম্পৰ্ক স্থাপন কৰে তেওঁ জীৱনত বহুত উন্নতি হয়। এগৰাকী শিক্ষিত আৰু সংস্কৃতিবান নাৰীয়ে কেৱল ঘৰখনেই নহয়, ভৱিষ্যত প্ৰজন্মৰো উন্নতি সাধন কৰে। এনে নাৰীৰ আত্মবিশ্বাসৰ অভাৱ নাই। প্ৰতিটো পৰিস্থিতি সহজে চম্ভালিব পাৰে আৰু কোনো সিদ্ধান্ত ল’বলৈও কুণ্ঠাবোধ নকৰে।

খৰখেদাকৈ সিদ্ধান্ত ল’ব নালাগে- জীৱন সংগী বাছনি কৰাৰ সময়ত খৰখেদাকৈ সিদ্ধান্ত ল’ব নালাগে। আপোনাৰ জীৱন সংগী বাছনি কৰাৰ সময়ত নিশ্চিতভাৱে আপোনাৰ পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱীৰ পৰা পৰামৰ্শ লওক। কিন্তু শেষত আপোনাৰ হৃদয়ৰ কথা শুনা আৰু যিজন ব্যক্তিৰ লগত সুখী হৈ গোটেই জীৱন কটাব পাৰে তেওঁক বাছি লওক। কাৰণ প্ৰায়ে খৰখেদাকৈ লোৱা সিদ্ধান্তই মানুহক ডাঙৰ বিপদত পেলায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

July 10, 2026
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ
বিজ্ঞান

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

July 10, 2026
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
Next Post
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.