• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ছলমানৰ নিৰাপত্তা বঢ়াই লাভ নাই’, আকৌ ধমকি ছলমানক, ধমকিৰ পাছত নিৰাপত্তাত কি কি পৰিবৰ্তন আহিল?

‘ছলমানৰ নিৰাপত্তা বঢ়াই লাভ নাই’, আকৌ ধমকি ছলমানক, ধমকিৰ পাছত নিৰাপত্তাত কি কি পৰিবৰ্তন আহিল?

3 years ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

15 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

44 minutes ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

57 minutes ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

1 hour ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

3 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

3 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

4 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘ছলমানৰ নিৰাপত্তা বঢ়াই লাভ নাই’, আকৌ ধমকি ছলমানক, ধমকিৰ পাছত নিৰাপত্তাত কি কি পৰিবৰ্তন আহিল?

editor by editor
June 28, 2023
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
‘ছলমানৰ নিৰাপত্তা বঢ়াই লাভ নাই’, আকৌ ধমকি ছলমানক, ধমকিৰ পাছত নিৰাপত্তাত কি কি পৰিবৰ্তন আহিল?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চলিত বছৰৰ মাৰ্চ মাহত প্ৰাণনাশৰ ধমকি পাইছিল ছলমান খানে৷ পাঞ্জাৱী শিল্পী সিধু মুছোওয়ালাক গুলীয়াই হত্যা কৰিছিল বিষ্ণোই গেঙৰ সদস্যই৷ অভিযোগ স্বীকাৰো কৰিছে লৰেন্স বিষ্ণোই৷ বৰ্তমান কাৰাবন্দী হৈ আছে গেঙৰ মূল সদস্য লৰেন্স৷ জে’লৰ পৰাই এটা সাক্ষাৎকাৰো দিছিল লৰেন্সে৷ তেওঁ স্পষ্টকৈ কৈছিল পৰবৰ্তী টাৰ্গেট ছলমান খান৷ শেহতীয়াকৈ লৰেন্সৰ সহযোগী গোল্ডীয়ে পুনৰ ভাবুকি দিছে ছলমান খানক৷
গোল্ডিয়ে কৈছে, ‘ছলমান খানক কেনেকৈ হত্যা কৰিম তাৰ পৰিকল্পনা আমি কৰিছো৷ লৰেন্স ভাইয়ে আমাক সহায় কৰিবই৷’ গোল্ডিৰ এই বাৰ্তা পোৱাৰ পাছতেই পুনৰ বঢ়াই দিয়া হৈছে ছলমান খানৰ নিৰাপত্তা৷ নতুন কি কি সংযোজন হ’ল অভিনেতাজনৰ নিৰাপত্তাত?

প্ৰাণনাশৰ ভাবুকি পোৱাৰ পাছতেই অভিনেতাজনৰ ঘৰৰ চৌহদত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা৷ Y-কেটেগৰীৰ নিৰাপত্তাৰ মাজেৰে চলাফুৰা কৰে এতিয়া ভাইজান ছলমান৷ শেহতীয়াকৈ তেওঁ এখন বুলেটপ্ৰুফ গাড়ীও ক্ৰয় কৰিছে৷ চৰকাৰী নিৰাপত্তাৰক্ষীৰ উপৰিও ছলমানৰ আছে ব্যক্তিগত নিৰাপত্তাৰক্ষীও৷ বি৬ বুলেটপ্ৰুফ গাড়ীৰ পৰা বি৭ বুলেটপ্ৰুফ গাড়ী দিয়া হৈছে ছলমানক৷ ইয়াৰোপৰি মুম্বাই আৰক্ষীয়ে ছলমানৰ নিৰাপত্তাৰ দিশটোত বিশেষ নজৰ ৰখাৰ কথাও জনাইছে সংবাদ মাধ্যমৰ আগত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?
জীৱনশৈলী

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
Next Post
পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় কোনো চৰাই বা বিমান উৰিব নোৱাৰে?

পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় কোনো চৰাই বা বিমান উৰিব নোৱাৰে?

বকৰি ঈদৰ বিশেষত্ব কি? এই দিনটোত কিয় কুৰবানি দিয়া হয়?

বকৰি ঈদৰ বিশেষত্ব কি? এই দিনটোত কিয় কুৰবানি দিয়া হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.