• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় কোনো চৰাই বা বিমান উৰিব নোৱাৰে?

পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় কোনো চৰাই বা বিমান উৰিব নোৱাৰে?

3 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

8 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

8 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

9 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

9 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

10 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

10 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

12 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

13 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

14 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

15 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

15 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় কোনো চৰাই বা বিমান উৰিব নোৱাৰে?

editor by editor
June 28, 2023 - Updated on May 13, 2024
in বিবিধ, ভাৰত
0
পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় কোনো চৰাই বা বিমান উৰিব নোৱাৰে?
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পুৰীৰ জগন্নাথ মন্দিৰ, হিন্দুসকলৰ অন্যতম প্রধান তীৰ্থস্থান৷ কেৱল দেশতেই নহয় এই মন্দিৰৰ খ্যাতি বিশ্বতেই আছে৷ ৰথযাত্ৰাৰ সময়ত এই স্থানত লক্ষ লক্ষ দৰ্শনাৰ্থী প্ৰভু জগন্নাথৰ দৰ্শন কৰিবলৈ আহে৷ অৱশ্যে ৰথযাত্ৰাৰ সময়তেই নহয়, গোটেই বছৰ ধৰি পুৰীৰ মন্দিৰত ভক্তই ভীৰ কৰে৷ ধনী-দুখীয়া নিৰ্বিশেষে সকলোৱেই আহে এই মন্দিৰত৷

হিন্দুধৰ্মত চাৰি ধাম৷ বদ্ৰীনাথ, দ্বাৰকা, ৰামেশ্বৰম আৰু পুৰী৷ এই চাৰি ধামৰ মাজত সকলোতকৈ বেছি গুৰুত্ব দিয়া হয় পুৰীক৷ পুৰীৰ জগন্নাথ মন্দিৰৰ বহু বৈশিষ্ট্য আছে৷ এই বৈশিষ্ট্যসমূহেই অনন্য কৰি তোলে পুৰীৰ জগন্নাথ মন্দিৰক৷ এই মন্দিৰক লৈ বহু কাহিনী আছে৷ যুগ যুগ ধৰি এই কাহিনীক বিশ্বাস কৰি আহিছে ভক্তসকলে৷ পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে বিমান চলাচল কৰিব নোৱাৰে৷ আনকি এই মন্দিৰৰ ওপৰেৰে কোনো চৰাইয়ো উৰিব নোৱাৰে৷ কিয় এই অদ্ভুত ঘটনা?

পুৰাণ অনুসৰি, ভগৱান বিষ্ণুৱে মৰ্ত্যলোকলৈ আহি চাৰিধাম যাত্ৰা কৰে৷ এই চাৰি ধাম হৈছে বদ্ৰীনাথ ধাম, দ্বাৰকা ধাম, পুৰী ধাম আৰু ৰামেশ্বৰম৷ প্ৰথমে হিমালয়ৰ শিখৰত অৱস্থিত উত্তৰাখণ্ডৰ বদ্ৰীনাথ ধামত হৈ তেওঁ গা ধুইছিল৷ তাৰপাছতেই গুজৰাটৰ দ্বাৰকা ধামত গৈ বস্ত্ৰ পৰিধান কৰিছিল৷ ওড়িশাৰ পুৰী ধামতগৈ তেওঁ ভোজন কৰিছিল৷ আৰু সৰ্বশেষত তেওঁ তামিলনাডুৰ ৰামেশ্বৰমত গৈ বিশ্ৰাম কৰিছিল৷ হিন্দুৰ বৈকুণ্ঠ পুৰী জগন্নাথ মন্দিৰ ধৰ্মপ্ৰাণ হিন্দুৰ অতি পবিত্ৰ স্থান৷ তাত প্ৰত্যেকদিনেই বিধান মানি ভগৱান শ্ৰী কৃষ্ণ, সুভদ্ৰা আৰু বলভদ্ৰৰ পূজা কৰা হয়৷

পুৰীৰ সৈতে যুক্ত প্ৰাচীন বিশ্বাস
হিন্দু ভক্তসকলে বিশ্বাস কৰে যে, ভগৱান শ্ৰীকৃষ্ণই দেহত্যাগৰ পাছত তেওঁৰ নশ্বৰ দেহ দাহ কৰা হৈছিল৷ তেতিয়া সেই দেহৰ এটা অংশৰ বাদে তেওঁৰ শৰীৰৰ সকলো অংশ পঞ্চতত্ত্বত বিলীন হৈ যায়৷ কথিত যে ৰৈ যোৱা অংশটোৱেই ভগৱান শ্ৰী কৃষ্ণৰ হৃদয়৷ সেই হৃদয় আজিও স্পন্দিত হৈ থাকে৷ এই হৃদপিণ্ড আজিও ভগৱান জগন্নাথৰ মূৰ্তিৰ ভিতৰত সুৰক্ষিত হৈ আছে৷

পুৰীৰ প্ৰসাদ তৈয়াৰৰো আছে বিশেষ পদ্ধতি
পুৰীৰ জগন্নাথৰ প্ৰসাদক কোৱা হয় মহাপ্ৰসাদ৷ এই প্ৰসাদ তৈয়াৰ কৰা হয় বিশেষ পদ্ধতি মানি৷ এই প্ৰসাদৰ বিশেষত্ব এয়াই যে মাটিৰ পাত্ৰত এই প্ৰসাদ তৈয়াৰ কৰা হয়৷ গেছ চিলিণ্ডাৰৰ জুইত এই প্ৰসাদ তৈয়াৰ কৰা নহয়৷ জুইতেই এই প্ৰসাদ তৈয়াৰ কৰা হয়৷

বিমান বা চৰাই কিয় এই মন্দিৰৰ ওপৰেদি উৰিব নোৱাৰে?
বিশ্বাস যে শ্ৰী কৃষ্ণৰ বাহন গৰুড় পুৰীৰ জগন্নাথ মন্দিৰৰ সুৰক্ষাৰ দায়িত্বত আছে৷ সেয়ে পক্ষীৰাজ গৰুড়ে অন্য কোনো চৰাইকেই সেই মন্দিৰৰ ওপৰেৰে পাৰ হ’ব নিদিয়ে৷ জগন্নাথ মন্দিৰৰ ওপৰত এবিধ অষ্টধাতুৰ চক্ৰ আছে৷ ইয়াক নীল চক্ৰ বুলি কোৱা হয়৷ বিশ্বাস যে, এই চক্ৰটোৱেই মন্দিৰৰ ওপৰেৰে কোনো বিমান বা চৰাই উৰাত বাধা দিয়ে৷ প্ৰকৃততে নীল চক্ৰৰ মেগনেটিক পাৱাৰৰ বাবেই বিমান ইয়াৰ ওপৰেৰে উৰিব নোৱাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
বকৰি ঈদৰ বিশেষত্ব কি? এই দিনটোত কিয় কুৰবানি দিয়া হয়?

বকৰি ঈদৰ বিশেষত্ব কি? এই দিনটোত কিয় কুৰবানি দিয়া হয়?

আল্লাহে মাতিলে সকলো সম্ভৱ! ৪০০০ কিঃমিঃ খোজকাঢ়ি মক্কাত উপস্থিত যুৱক

আল্লাহে মাতিলে সকলো সম্ভৱ! ৪০০০ কিঃমিঃ খোজকাঢ়ি মক্কাত উপস্থিত যুৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.