অসম লাইভ২৪ঃ
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ চৰকাৰক কঠোৰভাৱে সমালোচনা কৰিছে APCCৰ সভাপতি ভূপেন বৰাই৷
শিক্ষা বিভাগ ছাত্ৰ সমাজৰ বাবে অভিশাপ হৈছে
শিক্ষামন্ত্ৰীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ ন্যূনতম আস্থা নাই
ছেবাৰ ব্ৰেক ফেইল হৈছে
ছাত্ৰ-ছাত্ৰীৰ ৰোষৰ পৰা চৰকাৰ বাচিব নোৱাৰে
প্ৰশ্নকাকত ফাদিলেৰে অভিলেখ গঢ়িব চৰকাৰে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ