বাক্সাৰ শালবাৰীত জন্মৰ প্ৰমাণ পত্ৰৰ বেহা। নিমুৱা স্বাস্থ্যকেন্দ্ৰৰ ২ স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ধন নিদিলে হেনো নাম পঞ্জীয়ন নহয়, নাপায় জন্মৰ প্ৰমাণ পত্ৰ। ২ স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে দুৰ্নীতিৰ দীৰ্ঘদিনীয়া অভিযোগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ