জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাঁকি। ইছ্যুহীন সেৰসেৰীয়া ভাষণত কি ৰস পালে মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মাই? চাহ জনগোষ্ঠীক জনজাতি আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ।