প্ৰতিশ্ৰুতি দিও ৰাখিব নোৱাৰিলে প্ৰতিশ্ৰুতি। সমষ্টি উন্নয়নত সম্পূৰ্ণৰূপে ব্যৰ্থ চৰকাৰ। বছৰ বছৰ ধৰি দিছপুৰবাসীক প্ৰতাৰণা। খোৱাপানী, মাটি পট্টাৰ পৰা বঞ্চিত দিছপুৰবাসী। ’২১ৰ নিৰ্বাচনত দিছপুৰত কোন দলৰ পৰা কোনে বিচাৰিছে প্ৰাৰ্থিত্ব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ