ভাস্ক’ ডি শইকীয়াৰ মুখত পূৰ্বে নোকোৱা কিছু কথা । পৰৱৰ্তী সময়ত কৃষক মুক্তিৰ স্থিতি কি হ’ব? জাতীয়তাবাদী আঞ্চলিক শক্তিক ঐক্যবদ্ধ হ’বলৈ বাৰে বাৰে কিয় আহ্বান কৰিছে কৃষক মুক্তিয়ে? এনে বহু প্ৰশ্নৰ উত্তৰ দিলে কৃষক মুক্তিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই। দীপক শৰ্মাৰ সৈতে Burning Issueত ভাস্ক’ ডি শইকীয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ