• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজাৰলৈ আহিব ভাৰতৰ দ্ৰুততম ইলেকট্ৰিক বাইক

বজাৰলৈ আহিব ভাৰতৰ দ্ৰুততম ইলেকট্ৰিক বাইক

6 years ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

49 minutes ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

1 hour ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

2 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

3 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

4 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

5 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

5 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

6 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

6 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

7 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

8 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বজাৰলৈ আহিব ভাৰতৰ দ্ৰুততম ইলেকট্ৰিক বাইক

এবাৰ ছাৰ্জ দি ১১০ কিমি. যাত্ৰা কৰিব পাৰিব

editor by editor
September 19, 2020
in প্ৰযুক্তি, ভাৰত
0
বজাৰলৈ আহিব ভাৰতৰ দ্ৰুততম ইলেকট্ৰিক বাইক
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বাইকপ্ৰেমীসকলৰ বাবে এটা সুখবৰ। এইবাৰ বজাৰলৈ আহিব ভাৰতত তৈয়াৰী ইলেকট্ৰিক বাইক। এবাৰ ছাৰ্জ দিয়েই আপুনি যাব পাৰিব ১১০ কিমি.। ভাৰতীয় কোম্পানী ONE ELECTRIC-এ ঘোষণা কৰিছে এই ইলেকট্ৰিক বাইক তৈয়াৰৰ কথা। এই বাইকখনৰ নাম হ’ব KRIDN। আৰু এই বাইকখনক ভাৰতৰ সবাতোকৈ দ্ৰুততম ইলকট্ৰিক বাইক বুলি কোৱা হৈছে। KRIDN বাইকত থাকিব ৫.৫ কিলোৱাট ক্ষমতা সম্পন্ন বিশেষ ইলেকট্ৰিক মটৰ। ৩ কিলোৱাট ক্ষমতা সম্পন্ন বিশেষ লিথিয়াম বেটাৰী আৰু ইক’ ম’ডত ১১০ কিমি. চলিব পাৰিব এই বাইকখন। সাধাৰণ ম’ডত এই বাইকখন চলিব পাৰিব ৮০ কিমি.। এই বাইকখনত ০-৬০ কিমি. গতি মাত্ৰ ৮ ছেকেণ্ডতে সম্পূৰ্ণ কৰিব পাৰিব। এই বাইকৰ টপ স্পীড হ’ব প্ৰতি ঘণ্টাত ৯৫   কিমি.। এই বাইকত থাকিব টিউবলেছ টায়াৰ। ডিজিটেল ক্লাষ্টাৰ, অপছনেল, জিপিএছ আৰু এপ্লিকেচন কানেক্টৰ সুবিধা থাকিব। বাইকখনত বেটেৰী ছাৰ্জ কৰিবলৈ সময় লাগিব ৪-৫ ঘণ্টা। বাইকখন হ’ব গিয়াৰলেছ। উল্লেখযোগ্য যে ইলেকট্ৰিক এই বাইকখন বাংগালুৰু, চেন্নাই, দিল্লী আৰু হায়দৰাবাদত উপলব্ধ হ’ব। কেৱল মাত্ৰ এই ৪ ঠাইতে বাইকখনৰ বুকিং ৰেজিষ্ট্ৰেচন কৰা সম্ভৱ। বাইকখনৰ ডেলিভাৰী অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব। সম্প্ৰতি বাইকখনৰ অনৰোড ট্ৰায়েল সম্পন্ন হৈছে। এই নতুন ইলেকট্ৰিক KRIDNৰ শ্ব’ৰূম প্ৰাইচ হৈছে ১ লাখ ২৯ হাজাৰ টকা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 23assam live 24axom live 24kridn bike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
Next Post
ভাৰতত ৫০০ শতাংশ বৃদ্ধি চাইবাৰ ক্ৰাইম

ভাৰতত ৫০০ শতাংশ বৃদ্ধি চাইবাৰ ক্ৰাইম

ধৰ্ষণকাৰীক নপুংসক কৰাৰ আইন

ধৰ্ষণকাৰীক নপুংসক কৰাৰ আইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.