• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

42 minutes ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

9 minutes ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

2 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

2 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

3 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

4 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

5 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

5 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

6 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

7 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

7 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

8 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

বৰপেটাৰ এখন গাঁৱত লংকাকাণ্ড

editor by editor
September 14, 2026
in অসম, বিবিধ, লেখা
0
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰপেটাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চতলা গাঁৱত এখন বিবাহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি, বিয়াৰ বাবে অহা দৰা মকবুল আলী ইতিমধ্যে বিৱাহিত আৰু তেওঁ এটি সন্তানৰ পিতৃ। কিন্তু এই তথ্য কইনা পক্ষৰ আগত কৌশলেৰে লুকুৱাই ৰাখিছিল মকবুল আলী আৰু তেওঁৰ পৰিয়ালে। জানিব পৰা মতে, চতলা গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে নলবাৰী জিলাৰ লচিমা গাঁৱৰ মকবুল আলীৰ বিৱাহৰ কথা চলিছিল। দুয়োটা পৰিয়ালৰ মাজত আলোচনাৰ পাছত বিয়াৰ দিন-বাৰো ঠিক কৰা হৈছিল। সেই অনুসৰি দেওবাৰে লচিমা গাঁৱৰ পৰা দৰা মকবুল আলী কইনা ঘৰলৈ বিয়া কৰাবলৈ আহিছিল।

কিন্তু বিয়াৰ অনুষ্ঠান চলি থকাৰ সময়তে কইনা পক্ষৰ লোকসকলে মকবুল আলীৰ পূৰ্বৰ বৈৱাহিক জীৱনৰ বিষয়ে জানিব পাৰে বুলি অভিযোগ উঠিছে। বহু বিৱাহ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপকো একপ্ৰকাৰ ভেঙুচালি কৰি মকবুল আলী পূৰ্বৰে পৰা এগৰাকী মহিলাৰ সৈতে সামাজিকভাৱে বিৱাহপাশত আবদ্ধ হোৱাৰ লগতে আইনীভাৱেও বিৱাহিত হোৱাৰ পিছতো পুনৰ বিৱাহপাশত আৱদ্ধ হব খোজা বিষয়টোৱে চৰ্চা লাভ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি মকবুলৰ এটি পুত্ৰ সন্তান থকাৰ কথাও পোহৰলৈ আহে। কইনা পক্ষৰ অভিযোগ, মকবুল আলীয়ে নিজৰ পূৰ্বৰ বিৱাহ আৰু সন্তান থকাৰ বিষয়টো গোপন কৰি নতুন বিৱাহৰ বাবে সন্মতি দিছিল। এই কথা বিয়াৰ দিনাই জানিব পাৰি কইনা পক্ষৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।

মকবুলৰ এই গোপন অভিসন্দিৰ কথা ৰাজহুৱা হৈ পৰাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। কইনা পক্ষই দৰাঘৰীয়াৰ লোকসকলক আবদ্ধ কৰি ৰাখে। ঘটনাটোক কেন্দ্ৰ কৰি চতলা গাঁৱত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে, অভিযুক্ত মকবুল আলীক আৰক্ষীয়ে সুৰক্ষা দিয়াৰো অভিযোগ উত্থাপন কৰিছে কইনা পক্ষই। অৱশ্যে আৰক্ষীৰ ফালৰ পৰা এই অভিযোগ সন্দৰ্ভত কি বক্তব্য দিয়া হৈছে, সেয়া স্পষ্ট হোৱা নাই।

ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজতো বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কইনা পক্ষৰ অভিযোগ যদি সত্য হয়, তেন্তে পূৰ্বৰ বিৱাহৰ তথ্য গোপন কৰি নতুন বিবাহৰ বাবে আগবাঢ়ি অহাৰ বিষয়টোৱে একাধিক প্ৰশ্নৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24polygamy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি
অসম

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
Next Post
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.