• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৰাপক্ষই দিয়া গহনা দেখিয়েই বিবাহস্থলীৰ পৰা কইনাই বাহিৰ কৰিলে দৰাক! কি হৈছিল প্ৰকৃততে?

দৰাপক্ষই দিয়া গহনা দেখিয়েই বিবাহস্থলীৰ পৰা কইনাই বাহিৰ কৰিলে দৰাক! কি হৈছিল প্ৰকৃততে?

3 years ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

38 minutes ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

1 hour ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

2 hours ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

3 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

4 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

5 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

5 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

6 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

7 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৰাপক্ষই দিয়া গহনা দেখিয়েই বিবাহস্থলীৰ পৰা কইনাই বাহিৰ কৰিলে দৰাক! কি হৈছিল প্ৰকৃততে?

editor by editor
May 3, 2023
in জীৱনশৈলী, ভাৰত
0
দৰাপক্ষই দিয়া গহনা দেখিয়েই বিবাহস্থলীৰ পৰা কইনাই বাহিৰ কৰিলে দৰাক! কি হৈছিল প্ৰকৃততে?
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কইনা পক্ষৰ পৰা যৌতুক কম দিয়াৰ বাবেই বিবাহ ভঙাৰ ঘটনা আমাৰ দেশৰ প্ৰায় নিত্য নৈমিত্তিক ঘটনা৷ যৌতুক লোৱা আৰু দিয়া দুয়োটাই একপ্ৰকাৰ অপৰাধ বুলি গণ্য কৰা হ’লেও দেশৰ যৌতুকৰ বাবেই বহু ঘটনা ঘটি থাকে৷ কিন্তু এইখন দেশতেই সংঘটিত হৈছে এক বিশেষ ঘটনা৷ দৰা ঘৰৰ পৰা কমকৈ অলংকাৰ দিয়াৰ বাবেই কইনাৰ ভাঙিলে বিয়া৷

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাত অঞ্চলত৷ অঞ্চলটোৰ এজন যুৱকৰ মানপুৰৰ এগৰাকী যুৱতীৰ সৈতে বিবাহৰ দিন ধ্যাৰ্য কৰা হৈছিল৷ বিয়াৰ দিনা সকলো যাৱতীয় আয়োজনো কৰিছিল দুই ঘৰেই৷ দৰাই কইনাৰ ঘৰত কইনা নিবলৈ যথা সময়ত উপস্থিতো হয়৷ সকলো ঠিকেই আছিল৷ কিন্তু হঠাতেই এক খেলিমেলি আৰম্ভ হয় মালাবৰণৰ সময়ত৷

বিয়াৰ ৰীতি অনুসৰি, বিয়াৰ সময়ত দৰাৰ ঘৰৰ পৰা শাৰী, গহনা আদি কইনাক দিয়া হয়৷ ৰীতিমতেই দৰাপক্ষই সকলো আনিছিল৷ কিন্তু গহনাৰ পৰিমান নিচেই কমকৈ অনাত ক্ষুদ্ধ হৈ পৰে কইনা পক্ষ৷ কইনাই সেই দৰাৰ সৈতে বিয়াত নবহো বুলি পোনচাটেই প্ৰকাশ কৰে৷ বিয়াৰ মণ্ডপত কইনাই কৰা অপমানক লৈ দৰাপক্ষ কাষ চাপিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ৷ আৰক্ষীয়ে ঘটনাৰ তদন্তৰ অন্তত জানিবলৈ দিছে যে, কইনাপক্ষই দৰাঘৰৰ অলংকাৰ দেখিয়েই বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে৷ কইনাইয়ো বিষয়টোক লৈ ক্ষুদ্ধ হৈ পৰাত দুই পক্ষই বাকবিতণ্ডাত লিপ্ত হৈ অৱশেষত বিয়াখন ভঙাৰ সিদ্ধান্ত লয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!
জীৱনশৈলী

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

March 25, 2026
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট
বাণিজ্য

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

March 25, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

March 25, 2026
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!
জীৱনশৈলী

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

March 25, 2026
Next Post
কিন্নৰ অথৱা তৃতীয় লিংগৰ ব্যক্তিৰ মৃত্যুৰ পাছত মৃতদেহটো কিয় জোতা চেণ্ডেলেৰে কোবোৱা হয়? অন্ত্যেষ্টিক্ৰিয়া লোকচক্ষুৰ পৰা লুকুৱাই কৰাৰ কাৰণ কি?

কিন্নৰ অথৱা তৃতীয় লিংগৰ ব্যক্তিৰ মৃত্যুৰ পাছত মৃতদেহটো কিয় জোতা চেণ্ডেলেৰে কোবোৱা হয়? অন্ত্যেষ্টিক্ৰিয়া লোকচক্ষুৰ পৰা লুকুৱাই কৰাৰ কাৰণ কি?

এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা! বিচ্ছেদৰ অধিকাৰ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় যদিও দেশজুৰি ডিভোৰ্ছ ফটোশ্বুটৰ চৰ্চা কিয়?

এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা! বিচ্ছেদৰ অধিকাৰ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় যদিও দেশজুৰি ডিভোৰ্ছ ফটোশ্বুটৰ চৰ্চা কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.