• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিন্নৰ অথৱা তৃতীয় লিংগৰ ব্যক্তিৰ মৃত্যুৰ পাছত মৃতদেহটো কিয় জোতা চেণ্ডেলেৰে কোবোৱা হয়? অন্ত্যেষ্টিক্ৰিয়া লোকচক্ষুৰ পৰা লুকুৱাই কৰাৰ কাৰণ কি?

3 years ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

1 minute ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

49 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

2 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

3 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

4 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

5 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

6 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিন্নৰ অথৱা তৃতীয় লিংগৰ ব্যক্তিৰ মৃত্যুৰ পাছত মৃতদেহটো কিয় জোতা চেণ্ডেলেৰে কোবোৱা হয়? অন্ত্যেষ্টিক্ৰিয়া লোকচক্ষুৰ পৰা লুকুৱাই কৰাৰ কাৰণ কি?

editor by editor
May 3, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
কিন্নৰ অথৱা তৃতীয় লিংগৰ ব্যক্তিৰ মৃত্যুৰ পাছত মৃতদেহটো কিয় জোতা চেণ্ডেলেৰে কোবোৱা হয়? অন্ত্যেষ্টিক্ৰিয়া লোকচক্ষুৰ পৰা লুকুৱাই কৰাৰ কাৰণ কি?
0
SHARES
9.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ট্ৰান্সজেণ্ডাৰ বা কিন্নৰ শব্দটোৰ সৈতে আমি পৰিচিত৷ এইসকলো পুৰুষো নহয়, মহিলাও নহয়৷ তৃতীয় লিংগৰ হিচাপে এওঁলোকক স্বীকৃতি দিয়া হয়৷ তৃতীয় লিংগৰ ব্যক্তিসকলক লৈ বহুতেই বহু সময়ত ঠাট্টা মস্কৰাও কৰে৷ কিন্তু এই জীৱন জানো ইমান সহজ৷ জীৱিত কালতেই তেওঁলোক লাঞ্চনাৰ বলি হয় তেনে নহয় মৃত্যুৰ পাছতো তেওঁলোকৰ সৎকাৰ আন দহোজন মানুহৰ দৰে নহয়৷ তৃতীয় লিংগৰ এজন ব্যক্তিৰ মৃত্যু পাছত শৱদেহটো জোতা চেণ্ডেলেৰে মৰিওৱা হয়৷ অইন তৃতীয় লিংগৰ লোকসকলে মৃতদেহটো সন্মুখত লৈ এক বিশেষ প্ৰাৰ্থনা কৰাৰ লগতে মৃতদেহটোক চেণ্ডেলেৰে কোবোওৱাটো এক পৰম্পৰা৷ কিন্তু কিয় যুগে যুগে কিন্নৰসকলে এই পৰম্পৰা মানি আহিছে?

লোকবিশ্বাস যে তৃতীয় লিংগৰ ব্যক্তিসকলৰ বিশেষ শক্তি আছে যি শক্তিৰ আধাৰত তেওঁলোকে মৃত্যু সন্দৰ্ভত আগতীয়াকৈয়ে গম পায়৷ এই সময়ছোৱাত তেওঁলোকে নিজকে অন্য লোকৰ পৰা আঁতৰাই ৰাখে৷ আনকি খোৱা বোৱাও বন্ধ কৰি দিয়ে৷ তৃতীয় লিংগৰ ব্যক্তিৰ মৃত্যু হ’লে মৃতদেহ সৎকাৰ কৰাৰ পৰম্পৰাও পৃথক হয়৷ তৃতীয় লিংগৰ ব্যক্তিৰ মৃতদেহটো জ্বলাই দিয়াৰ সলনি সমাধিস্থ কৰা হয়৷ সমাধিস্থ কৰাৰ পূৰ্বে অইন তৃতীয় লিংগৰ ব্যক্তিয়ে মৃতদেহটো সন্মুখত লৈ পৰজন্মত যাতে কিন্নৰ হৈ জন্ম নলয় তাৰবাবে প্ৰাৰ্থনা কৰে৷ প্ৰাৰ্থনাৰ শেষত নিশাৰ ভাগত মৃতদেহটো সৎকাৰ কৰা হয়৷

অন্ত্যেষ্টিক্ৰিয়া সমাপ্ত হোৱাৰ পিছত, বাকী তৃতীয় লিংগৰ সংগীসকলে ১ সপ্তাহ লঘোণে থাকে৷ এজন ট্ৰেন্সজেণ্ডাৰৰ মৃত্যুৰ পিছত, তেওঁৰ সঙ্গীসকলে এইদৰে লঘোণে থকাৰ কাৰণটো হৈছে মৃত্যুৰ পাছত তেওঁলোকৰ সংগীজনে যাতে স্বৰ্গত স্থান লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

May 26, 2026
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি
জীৱনশৈলী

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

May 26, 2026
Next Post
এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা! বিচ্ছেদৰ অধিকাৰ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় যদিও দেশজুৰি ডিভোৰ্ছ ফটোশ্বুটৰ চৰ্চা কিয়?

আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’, অসমত ‘মোকা’ৰ প্ৰভাৱ পৰিবনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন