• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’, অসমত ‘মোকা’ৰ প্ৰভাৱ পৰিবনে?

আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’, অসমত ‘মোকা’ৰ প্ৰভাৱ পৰিবনে?

3 years ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

2 minutes ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

42 minutes ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

1 hour ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

2 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

3 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

4 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

4 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

5 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

5 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

5 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

6 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’, অসমত ‘মোকা’ৰ প্ৰভাৱ পৰিবনে?

editor by editor
May 3, 2023
in ভাৰত
0
আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’, অসমত ‘মোকা’ৰ প্ৰভাৱ পৰিবনে?
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’৷ পশ্চিমবংগ আৰু ওড়িশাত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ বেছিকৈ পৰিব বুলিও জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ৭ দিন ধৰি বতৰে ল’ব পাৰে কালৰূপ৷ দক্ষিণ পূব বঙ্গোপসাগৰত হোৱা নিম্নচাপৰ ফলতেই বতৰ বেয়া হ’ব পাৰে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ কিন্তু এই ঘূৰ্ণীবতাহক ‘মোকা’ নামকৰণ কৰাক লৈ বহুতেই উত্থাপন কৰিছে প্ৰশ্ন৷ বিশ্বৰ অন্যতম জনপ্ৰিয় কফিৰ নামেৰে কিয় নামকৰণ কৰা হৈছে এই ঘূৰ্ণীবতাহক বুলি সামাজিক মাধ্যমত উত্থাপিত হৈছে প্ৰশ্ন৷

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ নিয়ম অনুসৰি, বিভিন্ন দেশে ঘূৰ্ণীবতাহৰ বিভিন্ন নাম দিয়ে। ‘মোকা’ৰ পূৰ্বে ‘ছিত্ৰাং’ আহিছিল৷ এই নাম দিছিল থাইলেণ্ডে৷ ইপিনে বৰ্তমান অহা ঘূৰ্ণী বতাহক ‘মোকা’ বুলি নামকৰণ কৰিছে আৰৱ সাগৰৰ প্ৰান্তত অৱস্থিত য়েমেন নামৰ দেশখনে৷ ‘মোকা’ নামৰ কোনো শব্দ নাই যদিও য়েমেনৰ বিজ্ঞানী দলে কৰামতে ‘মোখা’ নামৰ বন্দৰটোৰ পৰা ‘মোকা’ নামটো আহিছে৷

১৯ শতিকাত মোখা আছিল য়েমেনৰ ৰাজধানী আছিল৷ এই চহৰতেই বিখ্যাত ‘মোকা’ কফিৰ খেতিও হয়৷ কফিৰ নামেৰে নামকৰণ কৰা হৈছে এই চহৰৰ নামো৷ বহু বছৰ ধৰি মোখা বন্দৰেৰেই দেশ বিদেশলৈ ‘মোকা’ কফি ৰপ্তানিও হয়৷ শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা অনুযায়ী আগন্তুক ৪৮ ঘণ্টাত দক্ষিণ-পূব বঙ্গোপসাগৰত নিম্নচাপৰ সৃষ্টি হ’ব পাৰে৷ এই নিম্নচাপেই ঘূৰ্ণীবতাহলৈ ৰূপান্তৰো হ’ব পাৰে৷ ‘মোকা’ ৰ বাবেই অসমৰ বতৰো চলিত সপ্তাহত ডাৱৰীয়া থকাৰ লগতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰো সম্ভাৱনা আছে৷ ৬ মে’ ৰ পৰা ১০ মে’ লৈ ৰাজ্যত তীব্ৰ বৃষ্টিপাতৰো আশংকা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান
ভাৰত

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

May 26, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
Next Post
দিনহাজিৰা কৰি এমুঠি ভাতৰ যোগান যেনে-তেনে ধৰিছিল, পুত্ৰই লাভ কৰিলে তৃতীয় বৰ্গৰ চাকৰি, সুখী পিতৃৰ চকুৰে বৈ অহা লোটকে দি গ’ল প্ৰাপ্তিৰ বাতৰি

দিনহাজিৰা কৰি এমুঠি ভাতৰ যোগান যেনে-তেনে ধৰিছিল, পুত্ৰই লাভ কৰিলে তৃতীয় বৰ্গৰ চাকৰি, সুখী পিতৃৰ চকুৰে বৈ অহা লোটকে দি গ’ল প্ৰাপ্তিৰ বাতৰি

ড্ৰোণেৰে পুটিনক হত্যাৰ চেষ্টা ইউক্ৰেইনৰ! প্ৰতিশোধৰ বাবে সাজু ৰাছিয়া…

ড্ৰোণেৰে পুটিনক হত্যাৰ চেষ্টা ইউক্ৰেইনৰ! প্ৰতিশোধৰ বাবে সাজু ৰাছিয়া...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.