ধুবুৰীত সক্ৰিয় শিল-বালিৰ ছিণ্ডিকেট চক্ৰ। ৰাজ্য চৰকাৰক লাখ লাখ টকাৰ ৰাজহ ফাঁকি। ৫ খনকৈ শিল-বালিৰ ট্ৰাক জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰীৰ DFO আৰু ৰেঞ্জাৰ হৰীশ নাথৰ বিৰুদ্ধে ছিণ্ডিকেট চক্ৰক পৃষ্ঠপোষকতাৰ অভিযোগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ