• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগ্ন ফটোশ্বুট ৰণবীৰ সিঙেই কৰা নাছিল, এইকেইগৰাকী অভিনেত্ৰীৰ ফটোশ্বুট দেখিছেনে আপুনি…

নগ্ন ফটোশ্বুট ৰণবীৰ সিঙেই কৰা নাছিল, এইকেইগৰাকী অভিনেত্ৰীৰ ফটোশ্বুট দেখিছেনে আপুনি…

4 years ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

4 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

4 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

5 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

6 hours ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

6 hours ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

8 hours ago
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

9 hours ago
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

9 hours ago
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

10 hours ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

12 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নগ্ন ফটোশ্বুট ৰণবীৰ সিঙেই কৰা নাছিল, এইকেইগৰাকী অভিনেত্ৰীৰ ফটোশ্বুট দেখিছেনে আপুনি…

editor by editor
November 7, 2022
in জীৱনশৈলী, ফেশ্বন, ভাৰত
0
নগ্ন ফটোশ্বুট ৰণবীৰ সিঙেই কৰা নাছিল, এইকেইগৰাকী অভিনেত্ৰীৰ ফটোশ্বুট দেখিছেনে আপুনি…
0
SHARES
30.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নগ্ন ফটোশ্বুট কৰি সমগ্ৰ দেশতেই ককৰ্থনাৰ সন্মুখীন হৈছিল ৰণবীৰ সিং। নিউৱৰ্কৰ এক ফেশ্বন পত্ৰিকাৰ বাবে বিগত জুলাই মাহত এই ফটোশ্বুট কৰিছিল ৰণবীৰে। কিন্তু ভাৰতীয় অভিনেতাসকলৰ ভিতৰত ৰণবীৰেই প্ৰথম নগ্ন ফটোশ্বুট কৰিছে এনে নহয়। পুৰুষ মডেলৰ সমান্তৰালকৈ বহুকেইগৰাকী অভিনেত্ৰী তথা মডেলেও নগ্ন ফটোশ্বুট কৰিছে। এইদৰে ফেশ্বন পত্ৰিকাৰ বাবে কৰা নগ্ন ফটোশ্বুটত নাম সন্নিবিষ্ট হৈ আছে স্বপ্না ভবানী, পুনম পাণ্ডে, আসীম ৰিয়াজ, মন্দানা কৰিমিকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী।

পোনতেই এনে ফটোশ্বুট কৰিছিল স্বপ্না ভবানীয়ে। বলীউডৰ পৰা ৰাজনীতি অথৱা ভাৰতীয় ক্ৰিয়া জগতেই হওক সকলোতে প্ৰভাৱ আছে স্বপ্নাৰ। স্বপ্না এগৰাকী হেয়াৰষ্টাইলিছ। ইয়াৰোপৰি লেখা মেলাৰ সৈতেও জড়িত স্বপ্না। ২০১৩ চনত স্বপ্নাই ‘নিৰ্ভয়া’ নাটকৰ বাবে এডিনবৰা ফ্ৰিঞ্জ ফেষ্টিভেললৈ গৈছিল। সেই স্বপ্নাইয়েই পোনতে নগ্ন ফটোশ্বুটেৰে বহুতৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল। ৰণবীৰৰ বহু পূৰ্বেই এই ফটোশ্বুট কৰিছিল স্বপ্নাই। ২০১৩ চনত এই ফটোশ্বুট কৰিছিল স্বপ্নাই। ৰণবীৰৰ এই পষ্ট ভাইৰেল হৈ পৰাৰ পাছতেই স্বপ্নাইয়ো নিজা ফটোখন পুনৰ শ্বেয়াৰ কৰিছিল।

স্বপ্নাৰ পাছতেই নাম আহে অংকিত ভাটিয়া। উত্তৰাখণ্ডৰ যুৱক অংকিতেও গ্লেমাৰাছ ফটোশ্বুট কৰি চৰ্চা লাভ কৰিছিল। বৰ্তমান অংকিতে জি-টিভিৰ ‘ভাগ্য লক্ষ্মী’ ধাৰাবাহিকত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। ২০১৭ চনতেই নগ্ন ফটোশ্বুট কৰিছে অংকিতে। ৰণবীৰে অকলে এই ফটোশ্বুট কৰিছিল যদিও অংকিতে অভিনেত্ৰী টিনা দত্তৰ সৈতে যুটিয়াভাৱে এই ফটোশ্বুট কৰিছিল।

মাছাবা মাছাবা ছিৰিজত জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰা ৰত্যাশা ৰাঠোৰক কোনে নাজানে! টেলিবিছনৰ জগতৰ চিনাকী চৰিত্ৰ ৰত্যাশা। কুণাল ৰয় কাপুৰৰ সৈতে দুখনকৈ বলীউড ছবিত অভিনয় কৰিছিল ৰত্যাশাই। বিগত বৰ্ষত নেটফ্লিক্সৰ কমেডি প্ৰিমিয়াম লিগতো অভিনয় কৰিছিল ৰত্যাশাই। উন্মুক্ত নাৰীদেহ মুকলিকৈ দেখুওৱা আজিও আমাৰ সমাজত নিষেধ যদিও ৰত্যাশাৰ নগ্ন ফটোশ্বুটে এই মানসিকতাৰ লোকলৈ এক মোক্ষম আঘাত বুলি বহুতেই দাবী কৰে। ইনষ্টাগ্ৰামত নিজেই এই ফটো শ্বেয়াৰ কৰি ৰত্যাশাই লিখিছিল, ‘তেওঁ আকবৰৰ দৰে ৰজাই হওক নতুবা পথৰ ভিক্ষাৰী, সকলোৰে দেহৰ নিজস্ব সৌন্দৰ্য আছে।’

কম কাপোৰেৰে হওক বা সন্পূৰ্ণ নগ্নকৈয়ে হওক, ফটোশ্বুটত আগত থাকে পুনম পাণ্ডেও। হিন্দী, তামিল, তেলেগু চিনেমাকে ধৰি বহু ছবিত কাম কৰিছে পুনমে। নেটদুনীয়াত পুনমৰ পোছাকহীন শৰীৰ বহুবাৰ ভাইৰেল হৈছে। ২০১১ চনত আইছিছি বিশ্বকাপৰ সময়তো পুনমে এটা চেলেঞ্জ দিছিল যদি এম এছ ধোনীৰ দলে আইছিছি ৰ ট্ৰফী জিকিব পাৰে তেন্তে ষ্টেডিয়ামতে নগ্ন হৈ দিব পুনম। কিন্তু বিচিচিআইয়ে এই কাৰ্যৰ বাবে পুনমক অনুমতি প্ৰদান নকৰিলে।

বিগ বছ-১৩লৈ অহা আছিম ৰিয়াজ সকলোৰে পৰিছিত। আছিমৰ ব্যক্তিত্বই বহুতকেই আকৰ্ষণো কৰিছিল। ২৯ বছৰীয়া মডেল আছিম ৰিয়াজে ৰণবীৰ সিঙৰ পূৰ্বেই নগ্ন ফটোশ্বুট কৰিছিল। ২০১৭ চনত আছিমে কৰিছিল এই ফটোশ্বুট। ইয়াৰোপৰি অভিনেত্ৰী কাশ্মীৰা শ্বাহ, ছানি লিঅনি, মনিকা ডোগৰা, মন্দনা কৰিমি, কৰ্ণবীৰ মেহৰাকে ধৰি বহুকেইগৰাকী অভিনেতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা
জীৱনশৈলী

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

August 2, 2026
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!
জীৱনশৈলী

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

August 2, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

August 2, 2026
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক
জীৱনশৈলী

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

August 2, 2026
Next Post
বিচ্ছেদৰ কাৰণ পৰকীয়া প্ৰেমেই! ছানিয়াৰ পতিৰ প্ৰেমত মচগুল কোন এই পাক অভিনেত্ৰী?

বিচ্ছেদৰ কাৰণ পৰকীয়া প্ৰেমেই! ছানিয়াৰ পতিৰ প্ৰেমত মচগুল কোন এই পাক অভিনেত্ৰী?

বিমূদ্ৰাকৰণৰ ৬ বছৰ! দেশৰ একাংশ জনতাৰ হাতত বৃদ্ধি হৈছে নগদ ধনৰ পৰিমান, বিপদত পৰিব নেকি মোদী চৰকাৰ?

বিমূদ্ৰাকৰণৰ ৬ বছৰ! দেশৰ একাংশ জনতাৰ হাতত বৃদ্ধি হৈছে নগদ ধনৰ পৰিমান, বিপদত পৰিব নেকি মোদী চৰকাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.