• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদৰ কাৰণ পৰকীয়া প্ৰেমেই! ছানিয়াৰ পতিৰ প্ৰেমত মচগুল কোন এই পাক অভিনেত্ৰী?

বিচ্ছেদৰ কাৰণ পৰকীয়া প্ৰেমেই! ছানিয়াৰ পতিৰ প্ৰেমত মচগুল কোন এই পাক অভিনেত্ৰী?

4 years ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

22 minutes ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

1 hour ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

13 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

14 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

14 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

15 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

15 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

17 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

18 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

18 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

19 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিচ্ছেদৰ কাৰণ পৰকীয়া প্ৰেমেই! ছানিয়াৰ পতিৰ প্ৰেমত মচগুল কোন এই পাক অভিনেত্ৰী?

editor by editor
November 7, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
বিচ্ছেদৰ কাৰণ পৰকীয়া প্ৰেমেই! ছানিয়াৰ পতিৰ প্ৰেমত মচগুল কোন এই পাক অভিনেত্ৰী?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৰকীয়া প্ৰেমৰ বাবেই সংসাৰ ভঙাৰ পথত ছানিয়া-ছোৱেইবৰ। সতিনীৰে সৈতে একেলগে সহবাস নকৰাৰ সিদ্ধান্ত লৈয়েই পৃথকে থাকিবলৈ আৰম্ভ কৰিছে ছানিয়া মিৰ্জাই। পাক মিডিয়াত প্ৰকাশ পোৱা অনুযায়ী ছোৱেইব-ছানিয়াৰ এই বিচ্ছেদৰ আঁৰত আছে ছোৱেইবৰ পৰকীয়া প্ৰেম। ছোৱেইবে পাকিস্তানৰ এগৰাকী অভিনেত্ৰীৰ সৈতে গঢ়ি তুলিছে অবৈধ প্ৰেমৰ সম্পৰ্ক।

জনপ্ৰিয় অভিনেত্ৰী আয়েশা ওমৰেৰে সম্পৰ্ক গঢ়ি তুলিছে ছোৱেইবে। বিগত বৰ্ষত ছোৱেইবৰ সৈতে আয়েশাই এটা বল্ড ফটোশ্বুট কৰাৰ পাছৰে পৰাই আগবাঢ়িছে এই সম্পৰ্ক। ছানিয়াই অকলে থকাৰ সিদ্ধান্ত লোৱাৰ পাছৰে পৰাই আয়েশাৰ সৈতে থকা বহু ফটো এতিয়া সামাজিক মাধ্যমত শ্বেয়াৰ হ’ব ধৰিছে।

একাংশ নেটিজেনে দাবী কৰা অনুযায়ী আয়েশাৰ বাবেই সংসাৰ ত্যাগ কৰিবলৈ মন বান্ধিছে ছোৱেইবে। অৱশ্যে এই বিষয়টোক লৈ এতিয়াও মুখ খোলা নাই ক্ৰিকেটাৰ ছোৱেইব মালিকে। আয়েশাইয়ো এই বিষয়টো লৈ সম্পূৰ্ণ নিৰব ভুমিকা পালন কৰিছে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সংবাদমাধ্যমৰ আগত দাঙি ধৰা মন্তব্যত ছোৱেইৱে আয়েশাৰ প্ৰসংগ উত্থাপন কৰিছিল। ছোৱেইবক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছোৱেইবে সাংবাদিকক উভতাই সুধিছিল, ‘আপোনাৰ স্বামীয়ে কাৰোবাৰ সৈতে বল্ড ফটোশ্বুট কৰিলে আপুনি কি কৰিব?’ প্ৰত্যুত্তৰত সাংবাদিকে তেতিয়া কৈছিল, ‘মই অবিবাহিত।’ তাৰপিছতেই ক্ৰিকেটাৰ ছোৱেইৱে কয়, ‘মোৰ পত্নীৰ মই কাৰোবাৰ সৈতে ফটোশ্বুট কৰাত একো আপত্তি নাই। মই যাৰ সৈতেই ফটোশ্বুট নকৰো কিয় তেওঁৰ আপত্তি নাই। মই সদায়ে নতুন কিবা কাম কৰি ভালপাওষ সেয়ে এইবাৰ এই নতুন অভিজ্ঞতা ললো।’

উল্লেখ্য যে আয়েশা-ছোৱেইবৰ মাজত প্ৰেমৰ সম্পৰ্ক সঁচাকৈয়ে আছেনে সেই কথা হঠাতেই কোৱা টান। কাৰণ দুয়োৱে এই বিষয়টোক লৈ কোনো ধৰণৰ মন্তব্য দিয়া নাই। ইফালে ছানিয়াইয়ো সংসাৰৰ কোনো কথাই প্ৰকাশ কৰা নাই। কেৱল সামাজিক মাধ্যমত এটা দুখভৰা পষ্টহে শ্বেয়াৰ কৰিছে ছানিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
Next Post
বিমূদ্ৰাকৰণৰ ৬ বছৰ! দেশৰ একাংশ জনতাৰ হাতত বৃদ্ধি হৈছে নগদ ধনৰ পৰিমান, বিপদত পৰিব নেকি মোদী চৰকাৰ?

বিমূদ্ৰাকৰণৰ ৬ বছৰ! দেশৰ একাংশ জনতাৰ হাতত বৃদ্ধি হৈছে নগদ ধনৰ পৰিমান, বিপদত পৰিব নেকি মোদী চৰকাৰ?

Zero Balance Account, একাউণ্টত বেলেন্স শূন্য হ’লেও ATM-ৰ পৰা উলিয়াব পাৰিব ১০,০০০ টকা, কিন্তু কেনেকৈ?

Zero Balance Account, একাউণ্টত বেলেন্স শূন্য হ’লেও ATM-ৰ পৰা উলিয়াব পাৰিব ১০,০০০ টকা, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.