• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

3 years ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

24 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

40 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

2 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

4 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

7 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

9 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

10 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

editor by editor
August 3, 2023
in জীৱনশৈলী, ভাৰত
0
নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি
0
SHARES
29
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাওন মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা উদযাপন কৰা হয় নাগপঞ্চমী। এইবাৰ নাগ পঞ্চমী পৰিছে ২১ আগষ্ঠত। নাগ পঞ্চমীৰ দিনা বহুতই নাগ দেৱতাক উপাসনা কৰে। এই দিনটোত উপাসনা কৰিলে বিভিন্ন সমস্যাৰ পৰা সকাহ পোৱা যায় বুলি লোকবিশ্বাস। প্ৰাচীন কালৰে পৰাই ভাৰতীয় লোকে নাগ দেৱতাক উপাসনা কৰি আহিছে। ৰাহু-কেতু আৰু কালসৰ্পৰ দোষ থাকিলে নাগ দেৱতাক উপাসনা কৰিলেই সুফল পোৱা যায়। কিন্তু নাগ দেৱতাক উপাসনা কৰোতে কেইটামান দিশত নজৰ দিয়াটো খুবেই গুৰুত্বপূৰ্ণ। নাগ পঞ্চমীত কেইটামান কাম কৰিলে বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে।

নাগ পঞ্চমীত কি কি কাম কৰিব নালাগে?

নাগ পঞ্চমীত কেতিয়াও সাপ নামাৰিব। নাগ পঞ্চমীৰ দিনা নাগ দেৱতাক উপাসনা কৰা হয়। এনে পৰিস্থিতি সেই দিনটোত সাপৰ যাতে কোনো সমস্যা নহয় সেই দিশত নজৰ ৰাখিব। নাগ পঞ্চমীৰ দিনাই সাপ নমৰাৰ সংকল্প লওক।

নাগ পঞ্চমীৰ দিনা জীৱিত সাপক কেতিয়াও তামৰ পাত্ৰত গাখীৰ খাবলৈ নিদিব। কিয়নো সাপৰ বাবে গাখীৰ বিষৰ সমান। এই দিনটোত সাপক পূজা কৰাৰ নামত বন্দী কৰি কষ্ট দিলে পূণ্যৰ সলনি পাপহে কৰা হয় বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। এই দিনটোত নাগ দেৱতাৰ মূৰ্তি বা ফটো আঁৰিহে পূজা কৰিব। আৰু এই মূৰ্তিত গাখীৰেৰে অভিষেক কৰক।

শাস্ত্ৰত উল্লেখ থকা অনুসৰি নাগ পঞ্চমীৰ দিনা টাৱা বা লোহাৰ কেৰাহীত খাদ্য নাৰান্ধিব। এনেকৈ কৰিলে নাগ দেৱতা অসন্তুষ্ট হয়। এই দিনটোত ধাৰ সামগ্ৰী যেনে চুৰি, দা, আদি সামগ্ৰীৰে যি তি নাকাটিব। নাগ পঞ্চমীৰ দিনা মাটি খন্দা কাম ভুলতো নকৰিব। শাস্ত্ৰ অনুসৰি এই দিনটোত মাটি খান্দিলে মাটিত থকা সাঁপক ভুলবশত হত্যা কৰিব পাৰে। নাগ পঞ্চমীত কেতিয়াও শিৱলিংগত তামৰ পাত্ৰত নাগ দেৱক গাখীৰ আগনবঢ়াব। পানী বা গাখীৰ দিওতে পিতল নতুবা কাঁহৰ লোটাতহে আগবঢ়াব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
Next Post
৭৮ বছৰ বয়সত আকৌ স্কুলত নামভৰ্তি বৃদ্ধৰ! এই বয়সত পঢ়িবলৈ কিয় আগ্ৰহী হৈ উঠিছে বৃদ্ধ জনালে সবিশেষ…

৭৮ বছৰ বয়সত আকৌ স্কুলত নামভৰ্তি বৃদ্ধৰ! এই বয়সত পঢ়িবলৈ কিয় আগ্ৰহী হৈ উঠিছে বৃদ্ধ জনালে সবিশেষ...

চূড়ান্ত সুখৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব! ছালৰ সৌন্দৰ্য অটুত ৰখাৰ টিপছ দিলে আন্তৰাষ্ট্ৰীয় মডেলে

চূড়ান্ত সুখৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব! ছালৰ সৌন্দৰ্য অটুত ৰখাৰ টিপছ দিলে আন্তৰাষ্ট্ৰীয় মডেলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.