• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৮ বছৰ বয়সত আকৌ স্কুলত নামভৰ্তি বৃদ্ধৰ! এই বয়সত পঢ়িবলৈ কিয় আগ্ৰহী হৈ উঠিছে বৃদ্ধ জনালে সবিশেষ…

৭৮ বছৰ বয়সত আকৌ স্কুলত নামভৰ্তি বৃদ্ধৰ! এই বয়সত পঢ়িবলৈ কিয় আগ্ৰহী হৈ উঠিছে বৃদ্ধ জনালে সবিশেষ…

3 years ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

14 minutes ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

31 minutes ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

2 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

2 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

5 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

14 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

15 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

15 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

15 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

৭৮ বছৰ বয়সত আকৌ স্কুলত নামভৰ্তি বৃদ্ধৰ! এই বয়সত পঢ়িবলৈ কিয় আগ্ৰহী হৈ উঠিছে বৃদ্ধ জনালে সবিশেষ…

editor by editor
August 3, 2023
in উত্তৰ-পূব, ভাৰত
0
৭৮ বছৰ বয়সত আকৌ স্কুলত নামভৰ্তি বৃদ্ধৰ! এই বয়সত পঢ়িবলৈ কিয় আগ্ৰহী হৈ উঠিছে বৃদ্ধ জনালে সবিশেষ…
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিকাৰ আগ্ৰহ থাকিলে বয়স কেতিয়াও হেঙাৰ নহয়। এই কথাকেই প্ৰমাণ কৰিলে ৭৮ বছৰ বয়সীয়া মিজোৰামৰ এজন বৃদ্ধই। ৩ কিঃমিঃ খোজ কাঢ়ি স্কুলীয়া পোছাক পিন্ধি দৈনিক স্কুললৈ যায় বৃদ্ধজন। কান্ধত বেগ লৈ লালৰিংথাৰা নামৰ সেই বৃদ্ধজনে দৈনিক সৰু সৰু শিশুসকলৰ সৈতে ক্লাছ কৰে। মিজোৰামৰ চমফাই জিলাৰ ৰুআইকাবন গাঁৱৰ বাসিন্দা লালৰিংথাৰা।

তেওঁ চলিত বৰ্ষতেই ৰুআইকাবন গাওঁৰ এখন বিদ্যালয়ত নৱম শ্ৰেণীত নামভৰ্তী কৰিছে। ১৯৪৫ চনত জন্ম লালৰিংথাৰৰ। তেতিয়া তেওঁ দ্বিতীয় শ্ৰেণীলৈকে পঢ়ি পঢ়াশুনা সামৰিছিল। পিতৃৰ মৃত্যুৰ পাছত ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান হিচাপে ঘৰৰ দায়িত্ব পালন কৰিবলগা হয়। মিজোৰামৰ বিভিন্ন জিলাত বসতি স্থাপনৰ অন্তত ১৯৯৫ চনত তেওঁ ৰুৱাইকাবন গাওঁত জীৱনৰ বাকীছোৱা কাল কটাবলৈ মন স্থিৰ কৰে।

দাৰিদ্ৰতাই কোঙা কৰাৰ বাবে শিক্ষাজীৱন সমাপ্ত কৰা লালৰিংথাৰাই আকৌ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ পায় খুবেই সুখী বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছে। তেওঁ এই সন্দৰ্ভত কয় যে, টেলিভিছনৰ বাতৰি বুজিবলৈ, ইংৰাজীত আৱেদন পত্ৰ লিখা শিকিবলৈকে তেওঁ বিদ্যালয়ত আকৌ নামভৰ্তী কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
চূড়ান্ত সুখৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব! ছালৰ সৌন্দৰ্য অটুত ৰখাৰ টিপছ দিলে আন্তৰাষ্ট্ৰীয় মডেলে

চূড়ান্ত সুখৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব! ছালৰ সৌন্দৰ্য অটুত ৰখাৰ টিপছ দিলে আন্তৰাষ্ট্ৰীয় মডেলে

‘৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই, আপুনিও খং নকৰিব!’ মণিপুৰ প্ৰসংগক লৈ বিৰোধীক উত্তাল নহ’বলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ৰ

'৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই, আপুনিও খং নকৰিব!’ মণিপুৰ প্ৰসংগক লৈ বিৰোধীক উত্তাল নহ’বলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.