দেশৰ অৰ্থনীতিত লাওলোৱা অৱস্থা। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই উদঙালে অৰ্থনীতিৰ আচল স্বৰূপ। নোহোৱা-নোপোজা কাৰিকৰী মন্দাৱস্থাত পৰিল দেশ। মোডী চৰকাৰৰ পেকেজৰ চেলাইন।