কংগ্ৰেছ-AIUDFক মহাসংকটত পেলাবলৈ অসমতো আছাদুদ্দিন অ’ৱেছিৰ দলে মুছলিম প্ৰধান সমষ্টিসমূহত থিয় কৰাব প্ৰাৰ্থী। অ’ৱেছিক লৈ কংগ্ৰেছ, বিজেপি, গণ মৰ্চা প্ৰতিটো শিবিৰত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ