• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাইথাগোৰাছৰ সূত্ৰক নতুন ধৰণেৰে প্ৰমাণ কৰি দেখুৱালে দুই ছাত্ৰীয়ে! ত্ৰিকোণমিতিৰেও পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰি…

পাইথাগোৰাছৰ সূত্ৰক নতুন ধৰণেৰে প্ৰমাণ কৰি দেখুৱালে দুই ছাত্ৰীয়ে! ত্ৰিকোণমিতিৰেও পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰি…

3 years ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

7 minutes ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

60 minutes ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

2 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

2 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

3 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

14 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

15 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

16 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

16 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

17 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

17 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাইথাগোৰাছৰ সূত্ৰক নতুন ধৰণেৰে প্ৰমাণ কৰি দেখুৱালে দুই ছাত্ৰীয়ে! ত্ৰিকোণমিতিৰেও পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰি…

editor by editor
April 11, 2023
in বিবিধ, বিশ্ব
0
পাইথাগোৰাছৰ সূত্ৰক নতুন ধৰণেৰে প্ৰমাণ কৰি দেখুৱালে দুই ছাত্ৰীয়ে! ত্ৰিকোণমিতিৰেও পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰি…
0
SHARES
980
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাইথাগোৰাছৰ উপপাদ্য নোহোৱাকৈ অংকৰ বহু সমাধান কৰা সম্ভৱ নহয়। ২০০০ বছৰ পূৰ্বেই পাইথাগোৰাছে উপপাদ্যটোৰ উলিয়াইছিল। উপপাদ্যত কোৱা হৈছে যে a²+b² = c², য’ত a = ভূমি, b = লম্ব আৰু c = কৰ্ণ। অৰ্থাৎ গণিতৰ ভাষাত, যিকোনো সমকোণী ত্ৰিভূজৰ কৰ্ণৰ ওপৰত অংকন কৰা বৰ্গৰ ক্ষেত্ৰফল আন দুটা বাহু (ভূমি আৰু লম্ব) অংকন কৰা বৰ্গৰ ক্ষেত্ৰফলৰ যোগফলৰ সমান। পাইথাগোৰাছৰ উপপাদ্যত থকা অনুসৰি ‘লম্ব² + ভূমি² = কৰ্ণ² (a²+b² = c²)।

এই উপপাদ্যটোক ২০০০ বছৰ পাছত নতুন ধৰণে প্ৰমাণ কৰিছে আমেৰিকাৰ দুগৰাকী ছাত্ৰীয়ে। স্কুলীয়া ছাত্ৰী দুগৰাকীয়ে দাবী কৰা অনুসৰি, ত্ৰিকোণমিতিৰ দ্বাৰা পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰিব পাৰি। পূৰ্বে গণিতৰ বিশেষজ্ঞসকলে দাবী কৰিছিল যে ত্ৰিকোণমিতিৰে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰাৰ কোনো উপায় নাই। কিয়নো ত্ৰিকোণমিতিৰ সকলো মৌলিক সূত্ৰ পাইথাগোৰাছৰ সূত্ৰৰ ওপৰত ভিত্তি কৰিয়েই সৃষ্টি হৈছে।

ব্ৰিটেইনৰ বাতৰি কাকত ‘দ্য মেট্ৰ’ৰ প্ৰতিবেদন অনুসৰি বৰদিনৰ বন্ধৰ সময়ত ‘বোনাছ’ প্ৰশ্নৰ উত্তৰ দিওঁতে আমেৰিকাৰ ছেইণ্ট মেৰী একাডেমীৰ দুগৰাকী ছাত্ৰী নেকিয়া জেকছন আৰু কেলছিয়া ৰুজিয়ান জনছনে পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰাৰ এক নতুন উপায় আৱিষ্কাৰ কৰে।

বিগত ১৮ মাৰ্চত আমেৰিকান মেথেমেটিকেল ছ’চাইটিৰ আঞ্চলিক বৈঠকত তেওঁলোকে পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰা বুলি দাবী কৰি এখন গৱেষণা পত্ৰ দাখিল কৰে। সেই বৈঠকত তেওঁলোকৰ আৱিষ্কাৰ আলোচনীখনত প্ৰকাশ কৰাৰ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো নথি ৰাজহুৱা কৰা হোৱা নাই। আমেৰিকান মেথেমেটিকেল ছ’চাইটিৰ দক্ষিণ-পূব আঞ্চলিক সন্মিলনত তেওঁলোকে দাবী কৰিছে, যিখন কিতাপত পাইথাগোৰাছৰ উপপাদ্যৰ সৰ্বাধিক প্ৰমান আছে, সেই গ্ৰন্থৰ লেখকে কৈছিল যে ত্ৰিকোণমিতিৰে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰাৰ কোনো উপায় নাই। কিয়নো ত্ৰিকোণমিতিৰ সকলো মৌলিক সূত্ৰ পাইথাগোৰাছৰ সূত্ৰৰ ওপৰত ভিত্তি কৰিয়েই সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
Next Post
VFX নহয়, এয়া সঁচাকেই! ‘কিছি কি ভাই কিছি কি জান’ ৰ প্ৰচাৰত ছাৰ্ট খুলি প্ৰমাণ দিলে ভাইজানে

VFX নহয়, এয়া সঁচাকেই! 'কিছি কি ভাই কিছি কি জান’ ৰ প্ৰচাৰত ছাৰ্ট খুলি প্ৰমাণ দিলে ভাইজানে

আকৌ যুদ্ধ! ইজৰাইলী সেনাৰ হাতত ৰমজান মাহতেই প্ৰাণ হেৰুৱালে মুছলমান কিশোৰে

আকৌ যুদ্ধ! ইজৰাইলী সেনাৰ হাতত ৰমজান মাহতেই প্ৰাণ হেৰুৱালে মুছলমান কিশোৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.