• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ যুদ্ধ! ইজৰাইলী সেনাৰ হাতত ৰমজান মাহতেই প্ৰাণ হেৰুৱালে মুছলমান কিশোৰে

আকৌ যুদ্ধ! ইজৰাইলী সেনাৰ হাতত ৰমজান মাহতেই প্ৰাণ হেৰুৱালে মুছলমান কিশোৰে

3 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

4 minutes ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

58 minutes ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

1 hour ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

2 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

3 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

4 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

6 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

7 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আকৌ যুদ্ধ! ইজৰাইলী সেনাৰ হাতত ৰমজান মাহতেই প্ৰাণ হেৰুৱালে মুছলমান কিশোৰে

editor by editor
April 11, 2023
in বিশ্ব
0
আকৌ যুদ্ধ! ইজৰাইলী সেনাৰ হাতত ৰমজান মাহতেই প্ৰাণ হেৰুৱালে মুছলমান কিশোৰে
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইজৰাইলী সেনাৰ হাতত আকৌ প্ৰাণ হেৰুৱালে পেলেষ্টাইনী কিশোৰে। ৱেষ্ট বেংকত চলি থকা সামৰিক অভিযানতেই নৃশংসভাৱে হত্যা কৰা হৈছে কিশোৰজনক। ইজৰাইলী সেনাই দাবী কৰা অনুযায়ী সেনাৰ অভিযানৰ সময়ত ভুলবশত গুলী লাগি নিহত হৈছে কিশোৰজন।

পেলেষ্টাইন স্বাস্থ্যমন্ত্ৰণালয়ে প্ৰকাশ কৰামতে কিশোৰজনৰ নাম মহম্মদ বলহান। বয়স ১৫ বছৰ। মৃত কিশোৰজনৰ পেট, কান্ধ, মূৰত পোৱা গৈছে বুলেটৰ চিহ্ন। শেহতীয়াকৈ ইজৰাইল আৰু পেলেষ্টাইন দুই প্ৰতিবেশী দেশৰ মাজত উত্তেজনা অব্যাহত আছে। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা সংঘাতত বৰ্তমানলৈ ৮০ জন পেলেষ্টাইনী সেনা আৰু ১৮ জন ইজৰাইলীৰ মৃত্যুও হৈছে।

উল্লেখ্য যে ২০২১ চনৰ মে মাহৰ পৰাই জেৰুজালেমৰ আল আক্সা মছজিদত ইহুদি আৰু মুছলমান সম্প্ৰদায়ৰ মাজত আৰম্ভ হৈছে সংঘাত। শেহতীয়াকৈ ৰমজানৰ নামাজ পঢ়ি থকাৰ সময়তে জেৰুজালেমৰ আল আক্সা মছজিদত আক্ৰমণ কৰিছে। আক্ৰমণৰ পাছতেই ১১ দিন ধৰি হামাছ আৰু ইজৰাইলী সেনাবাহিনীৰ মাজত যু্দ্ধ চলি আছে। সংঘৰ্ষত বৰ্তমানলৈ ২৫৬ জন পেলেষ্টাইনীৰ মৃত্যু হৈছে। এই সংঘৰ্ষৰ পূৰ্বেও তিনিবাৰকৈ ৰক্তক্ষয়ী যুদ্ধ হৈছে দুই দেশৰ মাজত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল
বিবিধ

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

October 1, 2026
Next Post
প্ৰাণৰ বন্ধুক দেখি আনন্দত উত্ৰাৱল চিৰিয়াখানাত আৱদ্ধ সাৰচ, আৰিফক দেখিয়েই উৰিবলৈ চেষ্টা কৰাৰ ভিডিঅ’ ভাইৰেল…

প্ৰাণৰ বন্ধুক দেখি আনন্দত উত্ৰাৱল চিৰিয়াখানাত আৱদ্ধ সাৰচ, আৰিফক দেখিয়েই উৰিবলৈ চেষ্টা কৰাৰ ভিডিঅ’ ভাইৰেল...

এটা সুযোগেই মাটিৰ পৰা আকাশলৈ লৈ গ’ল ৰিংকুক! ‘তথাপিও মই মাটিৰেই মানুহ’ বুলি কিয় ক’লে ৰিংকু সিঙে?

এটা সুযোগেই মাটিৰ পৰা আকাশলৈ লৈ গ’ল ৰিংকুক! ‘তথাপিও মই মাটিৰেই মানুহ’ বুলি কিয় ক’লে ৰিংকু সিঙে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.